ঊৰুমৈথুন হৈছে এক প্ৰকাৰৰ অভেদক যৌনতা বা অনাভেদী যৌনক্ৰিয়া। এই ক্ৰিয়াত এজন পুৰুষে নিজৰ লিংগটো নিজৰ সংগীৰ উৰুৰ মাজত সুমুৱাই দি অবিৰত ঘৰ্ষণৰ মাজেৰে বীৰ্যস্খলন কৰে। [1]

১৯ শতিকাৰ চিত্ৰত ঊৰুমৈথুন

কিশোৰ ল’ৰাবোৰে মহিলাৰ উৰু দেখি উত্তেজিত হ’ব আৰু তাইৰ লিংগটোক আদৰ বা চুহিব বা ঘঁহিব বিচাৰিব। [2] [3] বহু ক্ষেত্ৰত মহিলাসকলে এনে যৌন আচৰণৰ বাবে চৰম আনন্দ লাভ কৰে। [4]

এই ধৰণৰ যৌন কাৰ্যকলাপ সমকামীৰ ক্ষেত্ৰতো দেখা যায়, কিন্তু মহিলা সমকামীৰ ক্ষেত্ৰত ই অধিক দেখা যায়, য’ত এগৰাকী মহিলাই আন এগৰাকী মহিলাৰ উৰু স্পৰ্শ বা চুপি ভাল পাব পাৰে। [5]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "interfemoral intercourse", Dictionary of Sexual Terms, Sex-Lexis.com.
  2. "সংৰক্ষণাগাৰভুক্ত অনুলিপি". Archived from the original on ১ অক্টোবৰ ২০০৭. https://web.archive.org/web/20071001021036/http://teacher.mg.co.za/cms/article_2004_08_10_0717.html। আহৰণ কৰা হৈছে: ৯ নভেম্বৰ ২০১৭. 
  3. "GUS". Archived from the original on ৬ নভেম্বৰ ২০০৫. https://web.archive.org/web/20051106081913/http://www2.rz.hu-berlin.de/sexology/GESUND/ARCHIV/GUS/XHOSA.HTM। আহৰণ কৰা হৈছে: ৯ নভেম্বৰ ২০১৭. 
  4. Hite, Shere (2004). The Hite Report: A Nationwide Study of Female Sexuality. প্ৰকাশক New York, NY: Seven Stories Press. পৃষ্ঠা. 277–284. ISBN 978-1-58322-569-1. https://books.google.com/books?id=s3OZaVn2wfkC&pg=PA277। আহৰণ কৰা হৈছে: 2 March 2012. 
  5. Dover, K. J. (1978). "The Prosecution of Timarkhus". Greek Homosexuality. প্ৰকাশক Cambridge, Massachusetts: Harvard University Press. পৃষ্ঠা. 98. ISBN 0674362616. OCLC 3088711.