এই মাটিতে (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (২০১৭)

এই মাটিতে (ইংৰাজী: Aei Maatite) ডাইনী হত্যাৰ আধাৰত নিৰ্মিত, ২০১৭ চনৰ ৬ অক্টোবৰ তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন পৰিচালনা, কাহিনী, সংলাপ, গীত ৰচনা ড° সীতানাথ লহকৰৰ। তেখেতৰে এখন মঞ্চনাট ‘তমসা’ৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে।[1]

এই মাটিতে
‘Aei Maatite’
পৰিচালক ড° সীতানাথ লহকৰ
চিত্ৰনাট্য ড° সীতানাথ লহকৰ
কাহিনী ড° সীতানাথ লহকৰ
প্ৰযোজক ড° সীতানাথ লহকৰ, নমিতা লহকৰ, কুমুদ কছাৰী, অজন্তা শইকীয়া
অভিনয়ত ৰূপম চেতিয়া, মনিষা গোস্বামী, Khwrwmdao নাৰ্জাৰী, ড° সীতানাথ লহকৰ
চিত্ৰগ্ৰহণকাৰী প্ৰদীপ দৈমাৰী
সম্পাদনা ড° এ নাগৰাজ
সংগীত পৰিচালক বিভূৰঞ্জন চৌধুৰী
পৰিবেশক গোৱেংকা এণ্টাৰপ্ৰাইজ
মুক্তি
৬ অক্টোবৰ, ২০১৭
দৈৰ্ঘ্য
১৩৯ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

বক্স অ’ফিচ সম্পাদনা কৰক

“এই মাটিতে” ছবিখনে দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ’ল।

তথ্যসূত্ৰ সম্পাদনা কৰক