একনাথ ৰামকৃষ্ণ ৰানাদে
একনাথ ৰামকৃষ্ণ ৰানাদে (ইংৰাজী: Eknath Ramakrishna Ranade) ভাৰতৰ এগৰাকী সমাজকৰ্মী আৰু নেতা আছিল।
একনাথ ৰামকৃষ্ণ ৰানাদে | |
---|---|
জন্ম | ১৯ নবেম্বৰ,১৯১৪ চন আমৰাৱতী |
মৃত্যু | ২২ আগষ্ট,১৯৮২ চেন্নাই |
ভাষা | ভাৰতীয় |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | ড° হৰিছিং গৌৰ বিশ্ববিদ্যালয় |
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰকএকনাথ ৰামকৃষ্ণ ৰানাদেৰ জন্ম হৈছিল ১৯১৪ চনৰ ১৯ নৱেম্বৰ তাৰিখে,তামিলনাডুৰ অমৰাৱতীত। ৰানাদেৰ তিনিগৰাকী ভাতৃ আৰু চাৰিগৰাকী বায়েক আছিল। সকলোতকৈ কনিষ্ঠ তেওঁ আছিল। জ্যেষ্ঠ ভাতৃৰ নাম কাশীনাথ ৰানাদে আছিল।
শিক্ষা
সম্পাদনা কৰকএকনাথ ৰামকৃষ্ণ ৰানাদেই ড° হৰিছিং গৌৰ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সমাপ্ত কৰিছিল।[1]
কৰ্মজীৱন
সম্পাদনা কৰকএকনাথ ৰামকৃষ্ণ ৰানাদে এ বিবেকানন্দ ৰক মেমৰীয়েল আৰু দ্য বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰীত প্ৰতিষ্ঠা কৰিছিল।
মৃত্যু
সম্পাদনা কৰকএকনাথ ৰামকৃষ্ণ ৰানাদেৰ মৃত্যু হৈছিল ১৯৮২ চনৰ ২২ আগষ্ট তাৰিখে চেন্নাইত।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Google,2021