এবিপি গ্ৰুপ
আনন্দ বাজাৰ পত্ৰিকা (এবিপি) গোট (ইংৰাজী: Ananda Bazar Patrika (ABP) Group) হ'ল এটা ভাৰতীয় মিডিয়া কোম্পানী। ১৯২২ খ্ৰীষ্টাব্দত স্থাপিত এই কোম্পানীৰ মুখ্য কাৰ্যালয় পশ্চিম বংগৰ কলকাতাত অৱস্থিত।[1] আনন্দ প্ৰকাশন এই এ.বি.পি. গোটৰেই এটা বিভাগ।
ধৰণ | ব্যক্তিগত |
---|---|
উদ্যোগ | জন সংযোগ |
নেতৃস্থানীয় ব্যক্তিত্ব | ধ্ৰুৱ মুখাৰ্জী (CEO) |
ৱেবছাইট | abp |
বৰ্তমানৰ সম্পত্তি
সম্পাদনা কৰকবাতৰি কাকত
সম্পাদনা কৰক- আনন্দ বাজাৰ পত্ৰিকা বাংলা ভাষাত প্ৰকাশিত দৈনিক বাতৰি কাকত[2]
- এবেলা বাংলা ভাষাত প্ৰকাশিত সংক্ষিপ্ত বাতৰি কাকত
- দ্যা টেলিগ্ৰাফ ইংৰাজী ভাষাত প্ৰকাশিত দৈনিক বাতৰি কাকত
আলোচনী
সম্পাদনা কৰক- আনন্দমেলা
- উনীশ-কুৰী
- সানন্দা
- আনন্দলোক
- দ্যা টেলিগ্ৰাফ ইন্ স্কুল(TTIS)
- দেশ
- বৈয়েৰ দেশ
- ফৰচুন ইণ্ডিয়া
সংবাদ মাধ্যম
সম্পাদনা কৰক- এবিপি লাইভ - বিশ্বজুৰি ইংৰাজী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম। পূৰ্বে ষ্টাৰ লাইভ নামেৰে জনাজাত আছিল।
- এবিপি নিউজ - ভাৰতত হিন্দী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম। পূৰ্বে ষ্টাৰ নিউজ নামেৰে জনাজাত আছিল।
- এবিপি আনন্দ - ভাৰতত বাংলা ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম। পূৰ্বে ষ্টাৰ আনন্দ নামেৰে জনাজাত আছিল।
- এবিপি সাঁঝা[3] - ভাৰতত পঞ্জাবী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম।
- এবিপি মাঁঝা - ভাৰতত মাৰাঠী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম। পূৰ্বে ষ্টাৰ মাঁঝা নামেৰে জনাজাত আছিল।
- এবিপি গুজৰাটী - ভাৰতত গুজৰাটী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম।
বঁটা
সম্পাদনা কৰকবাংলা ভাষাত সাহিত্যজগতলৈ অৱদান আগবঢ়োৱা লেখকসকলক প্ৰতি বছৰে এবিপি গোটৰ পৰা আনন্দ পুৰস্কাৰ প্ৰদান কৰা হয়। [উদ্ধৃতিৰ প্ৰয়োজন]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Ananda Publishers>History and Status". Ananda Publishers. http://www.abp.in/index.php?show=16002। আহৰণ কৰা হৈছে: 25 February 2012.
- ↑ "Indian Readership Survey (IRS) 2012 — Quarter 2". Hansa Research. 2012. পৃষ্ঠা: 11. Archived from the original on 26 November 2013. https://web.archive.org/web/20131126051927/http://mruc.net/images/irs2012q2-topline-findings.pdf#page=11&zoom=auto,-175,590.
- ↑ "ABP Sanjha Official". http://abpsanjha.abplive.in/.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- ABP Corporate Website
- Ananda Publishers Private Limited Archived 2021-01-03 at the Wayback Machine