সাঁচ:Chembox CompTox

এম’নিয়া বা এজেন (ইংৰাজী: Ammonia or Azane) হ’ল নাইট্ৰ'জেন আৰু হাইড্ৰ’জেনেৰে গঠিত এবিধ ৰাসায়নিক যৌগ যাৰ ৰাসায়নিক সংকেত NH3। জোছেফ প্ৰিষ্টলে সৰ্বপ্ৰথমে ১৭৭৪ চনত এম’নিয়াম ক্ল’ৰাইডক চূণৰ সৈতে গৰম কৰি এম’নিয়া গেছ তৈয়াৰ কৰিছিল।[10] ইউৰিয়াৰ অৱক্ষয়ৰ ফলত এম’নিয়া উৎপন্ন হয় NH2CONH2 + 2H2O → (NH4)2CO3 ⇌ 2NH3 + H2O + CO2

এম’নিয়া
Ball-and-stick model of the ammonia molecule
Ball-and-stick model of the ammonia molecule
Space-filling model of the ammonia molecule
Space-filling model of the ammonia molecule
Stereo structural formula of the ammonia molecule
নামসমূহ
IUPAC নাম
এজেন
অন্যান্য নাম
হাইড্ৰ'জেন নাইট্ৰাইড

ট্ৰাইহাইড্ৰ'জেন নাইট্ৰাইড

নাইট্ৰ'জেন ট্ৰাইহাইড্ৰাইড
চিনাক্তকাৰীসমূহ
ত্ৰিমাত্ৰীয় আৰ্হি (JSmol)
3DMet {{{3DMet}}}
3587154
ChEBI
ChemSpider
ECHA InfoCard 100.028.760
EC Number
79
KEGG
MeSH Ammonia
RTECS number {{{value}}}
UNII
UN number 1005
  • InChI=1S/H3N/h1H3 YesY
    Key: QGZKDVFQNNGYKY-UHFFFAOYSA-N YesY
  • InChI=1/H3N/h1H3
    Key: QGZKDVFQNNGYKY-UHFFFAOYAF
  • N
ধৰ্মসমূহ
NH3
ম'লাৰ ভৰ 17.031 g/mol
ৰূপ বৰণহীন গেছ
গোন্ধ শক্তিশালী তীব্ৰ গোন্ধ
ঘনত্ব 0.86 kg/m3 (1.013 bar উতলাংকত)

0.769  kg/m3 (STP)[1]
0.73 kg/m3 (1.013 bar at 15 °C)
681.9 kg/m3 at −33.3 °C (তৰল)[2] লগতে চাওক এম’নিয়া (তথ্য পৃষ্ঠা)
817 kg/m3 at −80 °C (স্বচ্ছ কঠিন)[3]

গলনাংক সাঁচ:Convert/−1 °C (সাঁচ:Convert/F K) (Triple point at 6.060 kPa, 195.4 K)
উতলাংক সাঁচ:Convert/−1 °C (সাঁচ:Convert/F K)
47% w/w (0 °C)
31% w/w (25 °C)
18% w/w (50 °C)[4]
দ্ৰৱণীয়তা ক্ল'ৰ'ফৰ্ম, ইথাৰ, ইথানল, মিথানলত দ্ৰৱণীয়
বাস্পীয় চাপ 857.3 kPa
আম্লিকতা (pKa) 32.5 (−33 °C),[5] 10.5 (DMSO)
ক্ষাৰগ্ৰাহিতা (pKb) 4.75
-18.0·10−6 cm3/mol
1.3327
সান্দ্ৰতা 0.276 cP (−40 °C)
গঠন
C3v
ট্ৰাইগ'নেল পিৰামিড
1.42 D
তাপৰসায়ন
193 J·mol−1·K−1[6]
−46 kJ·mol−1[6]
বিপদসমূহ
Safety data sheet ICSC 0414 (এনহাইড্ৰাছ)
GHS pictograms [7]
H221, H280, H314, H331, H400[7]
P210, P261, P273, P280, P305+351+338, P310[7]
Toxic T Corrosive C Dangerous for the Environment (Nature) N
R-phrases R10, R23, R34, R50
S-phrases (S1/2), S9, S16, S26, S36/37/39, S45, S61
NFPA 704
NFPA 704 four-colored diamondFlammability code 1: Must be pre-heated before ignition can occur. Flash point over 93 °C (200 °F). E.g., canola oilHealth code 3: Short exposure could cause serious temporary or residual injury. E.g., chlorine gasReactivity code 0: Normally stable, even under fire exposure conditions, and is not reactive with water. E.g., liquid nitrogenSpecial hazards (white): no code
1
3
0
Flash point দাহ্য গেছ
651 °C (সাঁচ:Convert/F K)
Explosive limits 15–28%
Lethal dose or concentration (LD, LC):
0.015 mL/kg (human, oral)
40,300 ppm (এন্দুৰ, 10 min)
28595 ppm (এন্দুৰ, 20 min)
20300 ppm (এন্দুৰ, 40 min)
11590 ppm (এন্দুৰ, 1 hr)
7338 ppm (এন্দুৰ, 1 hr)
4837 ppm (নিগনি, 1 hr)
9859 ppm (শহাপহু, 1 hr)
9859 ppm (মেকুৰী, 1 hr)
2000 ppm (এন্দুৰ, 4 hr)
4230 ppm (নিগনি, 1 hr)[8]
5000 ppm (স্তন্যপায়ী, 5 min)
5000 ppm (মানুহ, 5 min)[8]
US health exposure limits (NIOSH):[9]
PEL (Permissible)
50 ppm (25 ppm ACGIH- TLV; 35 ppm STEL)
REL (Recommended)
TWA 25 ppm (18 mg/m3) ST 35 ppm (27 mg/m3)
IDLH (Immediate danger)
300 ppm
সংশ্লিষ্ট যৌগসমূহ
অন্যান্য কেটায়ন
ফছফাইন
আৰ্ছাইন
ষ্টিবাইন
সংশ্লিষ্ট নাইট্ৰ'জেন হাইড্ৰাইডছ
হাইড্ৰাজাইন
হাইড্ৰাজয়িক এচিড
সংশ্লিষ্ট যৌগসমূহ
এম'নিয়াম হাইড্ৰ'ক্সাইড
Except where otherwise noted, data are given for materials in their standard state (at 25 °C [77 °F], 100 kPa).
YesY verify (what is YesYN ?)
Infobox references

এম’নিয়া উগ্ৰ গোন্ধযুক্ত এবিধ বৰণহীন গেছ। এম’নিয়া ক্ষাৰীয় প্ৰকৃতিৰ। এই গেছ বায়ুতকৈ পাতল আৰু ইয়াৰ বাষ্পীয় ঘনত্ব ৮.৫। এম’নিয়া পানীত অতিশয় দ্ৰৱনীয়। ইয়াৰ হিমাংক ১৯৫.৪২ K আৰু উতলাংক ২৩৯.৮১ K। এম’নিয়া অণুৰ নাইট্ৰ’জেন পৰমাণুত একাকী যুগ্ম ইলেকট্ৰন থকা বাবে ই লিৱিছ ক্ষাৰকৰ ধৰ্ম দেখুৱায়।

প্ৰাকৃতিক উৎস

সম্পাদনা কৰক

বায়ুমণ্ডলত খুব সামান্য পৰিমাণে এম’নিয়া পোৱা যায় তথা বৰষুণৰ পানীত অলপ পৰিমাণে এম’নিয়াৰ উপস্থিতি পোৱা যায়। সাগৰৰ পানীত এম’নিয়াম লৱণ পোৱা যায়। প্ৰাণীদেহত অতিৰিক্ত এচিড প্ৰশমিত কৰিলে যকৃতত থকা NH3 নিঃসৃত হয়। সৌৰজগতৰ প্লুটো, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাচ আৰু নেপচুন গ্ৰহত এম’নিয়াৰ সন্ধান পোৱা গৈছে।

ইউৰিয়া, এম’নিয়াম ছালফেট, এম’নিয়াম ফছফেট, এম’নিয়াম নাইট্ৰেট আদি ৰাসায়নিক দ্ৰব্য প্ৰস্তুত কৰিবলৈ এম’নিয়া ব্যৱহাৰ কৰা হয়। নাইট্ৰিক এচিড তথা ছ’ডিয়াম কাৰ্ব’নেট নিৰ্মাণত অত্যধিক পৰিমাণে এম’নিয়া ব্যৱহাৰ কৰা হয়। আইচক্ৰীম কাৰখানাত শীতলকাৰক হিচাপে আৰু লেবৰেটৰীত প্ৰতিকাৰক হিচাপে এম’নিয়া ব্যৱহাৰ কৰা হয়। এম’নিয়াম কাৰ্ব’নেট বনাবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ অত্যধিক ব্যৱহাৰৰ বাবে গোটেই বিশ্বত ই ব্যাপক পৰিমাণে উৎপাদন হয়। ২০০৪ চনত গোটেই বিশ্বত ইয়াৰ আনুমানিক উৎপাদন ১০ কৌটি ৯০ লাখ টন আছিল[11] আৰু ২০০৬ চনত ইয়াৰ উৎপাদন প্ৰায় ১৪ কৌটি ৬৫ লাখ টন আছিল।[12] এম’নিয়াৰ উৎপাদনত ভাৰতৰ স্থান চীনৰ পিছত দ্বিতীয়। এই দুয়োখন দেশে বিশ্ব উৎপাদনৰ ক্ৰমে ২৮.৪% তথা ৮.৬% উৎপাদন কৰে। ৰুছ ৮.৪% তথা আমেৰিকাই ৮.২% উৎপাদনত ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থানত আছে।[11] মুঠ উৎপাদনৰ ৮০% উৰ্বৰক বনাবলৈ ব্যৱহাৰ কৰা হয়।[11]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Gases – Densities". http://www.engineeringtoolbox.com/gas-density-d_158.html। আহৰণ কৰা হৈছে: 3 March 2016. 
  2. Yost, Don M. (2007). "Ammonia and Liquid Ammonia Solutions". Systematic Inorganic Chemistry. READ BOOKS. পৃষ্ঠা. 132. ISBN 1-4067-7302-6. https://books.google.com/?id=qPGzhL3Y50YC&pg=PA132. 
  3. Blum, Alexander (1975). "On crystalline character of transparent solid ammonia". Radiation Effects and Defects in Solids খণ্ড 24 (4): 277. doi:10.1080/00337577508240819. 
  4. Budavari, Susan, ed (1996). The Merck Index: An Encyclopedia of Chemicals, Drugs, and Biologicals (12th সম্পাদনা). Merck. ISBN 0-911910-12-3. 
  5. Perrin, D. D., Ionisation Constants of Inorganic Acids and Bases in Aqueous Solution; 2nd Ed., Pergamon Press: Oxford, 1982.
  6. 6.0 6.1 Zumdahl, Steven S. (2009). Chemical Principles 6th Ed. Houghton Mifflin Company. পৃষ্ঠা. A22. ISBN 0-618-94690-X. 
  7. 7.0 7.1 7.2 Sigma-Aldrich Co., Ammonia. Retrieved on 20 July 2013.
  8. 8.0 8.1 সাঁচ:IDLH
  9. সাঁচ:PGCH
  10. Abraham, Lyndy (1990). Marvell and alchemy. Aldershot Scolar. ISBN 0-85967-774-5. 
  11. 11.0 11.1 11.2 United States Geological Survey publication
  12. Max Appl "Ammonia" in Ullmann's Encyclopedia of Industrial Chemistry, 2006, Wiley-VCH, Weinheim. doi:10.1002/14356007.a02_143.pub2 Article Online Posting Date: December 15, 2006

বাহ্যিক সংযোগ

সম্পাদনা কৰক