এম জি ৰামচন্দ্ৰন
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
এম. জি. ৰামচন্দ্ৰন(ইংৰাজী: Marudhur Gupalan Ramachandran) (১৯০৪-১৯৮৭) অকুণ্ঠ দেশসেৱাৰ বাবে ১৯৮৮ চনত ভাৰত চৰকাৰে ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰে। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক আছিল তেওঁ। তেওঁ জামিয়ামিলা মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰবক্ত আছিল আৰু সেৱাগ্ৰামত হিন্দুস্থান তামিল সংঘৰ যুটীয়া সম্পাদকৰ দায়িত্বত আছিল। হৰিজন সেৱক সংঘৰ মাদ্ৰাজ আৰু কেৰালা ৰাজ্যৰ ৰামচন্দ্ৰন সম্পাদক আছিল। তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল।[1]
এম. জি. ৰামচন্দ্ৰন | |
---|---|
চিত্ৰ:MGR with K Karunakaran (cropped).jpg | |
জন্ম | মাৰুধুৰ গোপালান ৰামচন্দ্ৰন ১৭ জানুৱাৰী, ১৯১৭ পেৰুমথান্নিত, ত্ৰিবান্দ্ৰম, কেৰালা |
মৃত্যু | ২৪ ডিচেম্বৰ, ১৯৮৭ (৭০ বছৰ) Chennai, India |
অন্য নাম | M. G. R., Puratchi Thalaivar, Makkal Thilagam |
পেচা | অভিনেতা, ৰাজনীতি বিদ, প্ৰযোজক |
সক্ৰিয় হৈ থকা সময় | 1935-1984 (Actor) 1953-1987 (Politician) |
ধৰ্ম | Hindu |
দাম্পত্যসঙ্গী | Thangamani (deceased) Sathanandavathi (deceased) V. N. Janaki (died in 1996) |
আত্মীয়-স্বজন | M.G.Chakrapani (Brother) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ভাৰত-ৰত্ন, (১৯৮৮) |
জন্ম আৰু পৰিয়ালসম্পাদনা কৰক
এম.জি. ৰামচন্দ্ৰনৰ জন্ম হয় ১৯০৪ চনৰ ৮ অক্টোৱৰ তাৰিখে, কেৰালাৰ ত্ৰিবান্দ্ৰমৰ পেৰুমথান্নি'ত। তেওঁৰ পিতাকৰ নাম আছিল কে. গোবিন্দ পিল্লাই আৰু মাকৰ নাম আছিল মাধৱী থানকাচি।[1]
শিক্ষা জীৱনসম্পাদনা কৰক
এম. জি. ৰামচন্দ্ৰনয়ে বিশ্ব ভাৰতী শান্তি নিকেতনৰ পৰা উচ্চ শিক্ষা লাভ কৰি, দেশ সেৱাত ব্ৰতী হয়। তেওঁ স্বামী বিবেকান্দ, মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা ৰাজনৈতিক-সামাজিক জ্ঞানৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ এটা বছৰ সবৰমতী আশ্ৰমত মহাত্মা গান্ধীৰ লগত কটাইছিল। সবৰমতীত থকা পিছৰ পৰাই তেওঁৰ সামাজিক জীৱন-যাত্ৰা আৰম্ভ হোৱা হয়।[1]
কৰ্মজীৱনসম্পাদনা কৰক
এম.জি. ৰামচন্দ্ৰন জামিয়ামিলা মুছলিম বিশ্ববিদ্যালয়ত কিছুদিন প্ৰবক্তা হৈ থকাৰ পিছত সেৱাগ্ৰামত হিন্দুস্থান তামিল সংঘৰ যুটীয়া সম্পাদক নিযুক্ত হয়। কেইবাবছৰৰ কাৰণে তেওঁ সৰ্বভাৰতীয় স্পিনাৰ্চ এচোছিয়েশ্যনৰ লগতো জড়িত হৈ আছিল। তেওঁ খাদী আন্দোলনৰো এগৰাকী গুৰি ধৰোঁতা আছিল। মহাত্মাই সংগঠন কৰা হৰিজন সেৱক সংঘৰ মাদ্ৰাজ আৰু কেৰালা ৰাজ্যৰ ৰামচন্দ্ৰন সম্পাদক নিযুক্ত হৈছিল। জাতি ভেদ আৰু অস্পৃশ্যতা বৰ্জনৰ বাবে তেওঁ যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল। কিছুদিন তেওঁ সৰ্বভাৰতীয় গ্ৰাম্য শিল্পকৰণ এচোছিয়েশ্যনৰ সাধাৰণ সম্পাদক আছিল আৰু তেওঁ এগৰাকী গান্ধী স্মাৰক-নিধিৰ নিষ্ঠাবান কৰ্মী আছিল। তদুপৰি তেওঁ আন আন সংগঠনৰ লগতো জড়িত হৈ দেশ সেৱা আগবঢ়াইছিল। ১৯৬২ চনত তেওঁ বিশ্ব শান্তি সন্মিলনত অংশ গ্ৰহণ কৰিছিল। ১৯২১ চন, ১৯৩০ চন, ১৯৪২ চনকে ধৰি ভাৰত স্বাধীনতা সংগ্ৰামৰ প্ৰতিটো আন্দোলনতে তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল। এনেকৈ আন্দোলনত অংশ লোৱা বাবে তেওঁ কেইবাবাৰো জেল জীৱন কটাবলগীয়া হৈছিল। জেলৰ পৰা ওলাই ১৯৪৪-৪৫ চনত তেওঁ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক নিযুক্ত হৈছিল। ১৯৪৭ চনত তেওঁ ত্ৰিবান্দ্ৰম বিধান সভা সমষ্টিৰ পৰা সদস্য নিৰ্বাচিত হয়। ১৯৬৪ চনত তেওঁ ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হয়।[1]
বঁটাসম্পাদনা কৰক
ভাৰত-ৰত্ন, (১৯৮৮)
মৃত্যুসম্পাদনা কৰক
এম.জি. ৰামচন্দ্ৰনৰ ১৯৮৭ চনত পৰলোকপ্ৰাপ্তি ঘটে।
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত এম. জি. ৰামচন্দ্ৰন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- M.G. Ramchandran: Jewel of the Masses
- The Hindu - Politics and Suicides in TN
- All about Dr MGR
- MGR Memorial Charitable Trust
- MGR web portal and Monthly magazine
পূৰ্বৱৰ্তী এম. কৰূণানিধি |
তামিলনাডুৰ মুখ্যমন্ত্ৰী ১৯৭৭–১৯৮৭ |
পৰৱৰ্তী জানকী ৰামচন্দ্ৰন |