১৭ জানুৱাৰী
তাৰিখ
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৫ |
১৭ জানুৱাৰী (ইংৰাজী: 17 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৭ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৮টা দিন (অধিবৰ্ষত ৩৪৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
সম্পাদনা কৰকজন্ম
সম্পাদনা কৰক- ১৯১৭ - এম জি ৰামচন্দ্ৰন, দাক্ষিণাত্যৰ প্ৰসিদ্ধ অভিনেতা আৰু ৰাজনীতিবিদ।
- ১৯৪৫ - জাভেদ আখতাৰ, বলিউডৰ প্ৰসিদ্ধ গীতিকাৰ।
- ১৯৫১ - বিন্দু নানুভাই দেশাই, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১৯৩০ - গৌহৰ জান, ভাৰতীয় কণ্ঠশিল্পী আৰু নৃত্যশিল্পী।
- ১৯৫১ - জ্যোতিপ্ৰসাদ আগৰৱালা, অসমীয়া সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ, প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক।
- ২০০১ - গ্ৰেগৰী ক'ৰ্ছ', আমেৰিকা যুক্তৰাষ্ট্ৰৰ কবি।
- ২০০৮ - মফিদা আহমেদ, ভাৰতীয় ৰাজনীতিক।
- ২০১০ - জ্যোতি বসু, আগশাৰী কমিউনিষ্ট নেতা তথা পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ২০১১ - এম. কে. বিনোদিনী দেৱী, ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ।
- ২০১৪ - সুচিত্ৰা সেন, ভাৰতীয় অভিনেত্ৰী।
- ২০১৪ - ভূপতি চন্দ্ৰ ডেকা, অসমীয়া গণিতজ্ঞ।
- ২০২১ - ওস্তাদ গোলাম মুস্তাফা খান, ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত পৰম্পৰাৰ সংগীতজ্ঞ।
- ২০২২ - বিৰজু মহাৰাজ, ভাৰতৰ কথক নৃত্যৰ লক্ষ্ণৌ কালকা-বিন্দাদিন ঘৰানাৰ শিল্পী।
দিৱস
সম্পাদনা কৰক- শিল্পী দিৱস (অসম, ভাৰত)।
- ৰাষ্ট্ৰীয় দিৱস (মিনৰকা, স্পেইন)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৭ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |