১৭ জানুৱাৰী
তাৰিখ
১৭ জানুৱাৰী (ইংৰাজী: 17 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৭ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৮টা দিন (অধিবৰ্ষত ৩৪৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজীসম্পাদনা কৰক
জন্মসম্পাদনা কৰক
- ১৯১৭ খৃঃ - এম জি ৰামাচন্দ্ৰন, দাক্ষিণাত্যৰ প্ৰসিদ্ধ অভিনেতা আৰু ৰাজনীতিবিদ।
- ১৯৪৫ খৃঃ - জাৱেদ আখতাৰ, বলিউডৰ প্ৰসিদ্ধ গীতিকাৰ।
মৃত্যুসম্পাদনা কৰক
- ১৯৫১ খৃঃ - জ্যোতিপ্ৰসাদ আগৰৱালা, বিখ্যাত অসমীয়া সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ, প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক।
- ২০১০ খৃঃ - জ্যোতি বসু, আগশাৰী কমিউনিষ্ট নেতা তথা পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
দিৱসসম্পাদনা কৰক
- আজি শিল্পী দিৱস।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৭ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |