এষ্ট্ৰ'ছেট
এষ্ট্ৰ'ছেট (ইংৰাজী: Astrosat) হৈছে জ্যোতিৰ্বিজ্ঞান গৱেষণাৰ বাবে নিৰ্মিত ভাৰতৰ প্ৰথমটো উপগ্ৰহ আৰু ২৮ ছেপ্টেম্বৰ তাৰিখে পি.এছ.এল.ভি. উৎক্ষেপন বাহনৰ সহায়েৰে ইযাক সফলতাৰে কক্ষপথত স্থাপন কৰা হয়।[1][2] ১৯৯৬ চনত উপগ্ৰহ যোগে বহন কৰা ভাৰতীয় এক্স ৰে' পৰীক্ষণ (IXAE)ৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৱে পৰৱৰ্ত্তী পদক্ষেপ হিচাপে ২০০৪ চনত এষ্ট্ৰ'ছেটৰ বিকাশৰ অনুমোদন জনায়।[3]
উদ্দেশ্য
সম্পাদনা কৰকবহন ক্ষমতা
সম্পাদনা কৰকস্থল সমৰ্থন
সম্পাদনা কৰকঅংশগ্ৰহণকাৰী সন্থা সমূহ
সম্পাদনা কৰকএষ্ট্ৰ'ছেট প্ৰকল্পটো বহুতো গৱেষণা সন্থাৰ এক যৌথ প্ৰচেষ্টাৰ ফল। সেই সমূহ হৈছে -
- ভাৰতীয় মহাকাশ গৱেষণা সন্থা (ইছৰো)
- টাটা মূলভূত গৱেষণা প্ৰতিষ্ঠান, মুম্বাই
- ভাৰতীয় তৰাভৌতোকী প্ৰতিষ্ঠান, বাঙ্গালুৰু
- ৰমন গৱেষণা প্ৰতিষ্ঠান, বাঙ্গালুৰু
- আন্তঃ বিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান আৰু তৰাভৌতোকী কেন্দ্ৰ, পুণে
- ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ, মুম্বাই
- এছ.এন. বচু ৰাষ্ট্ৰীয় মৌলিক বিজ্ঞান কেন্দ্ৰ, কলকাতা
- কানাডীয় মহাকাশ অভিকৰণ
- লেইচেষ্টাৰ বিশ্ববিদ্যালয়[4]
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "India’s eye on universe ready for tests". http://www.thehindu.com/sci-tech/science/indias-eye-on-universe-ready-for-tests/article7224853.ece। আহৰণ কৰা হৈছে: May 20, 2015.
- ↑ "ASTROSAT: A Satellite Mission for Multi-wavelength Astronomy". IUCAA. 2012-04-20. Archived from the original on 2013-04-22. http://astrosat.iucaa.in/। আহৰণ কৰা হৈছে: 2013-09-07.
- ↑ "India set to launch Astrosat next year". The Hindu. 2012-07-18. http://www.thehindu.com/news/national/article3650407.ece। আহৰণ কৰা হৈছে: 2013-09-07.
- ↑ "India Works With University Of Leicester On First National Astronomy Satellite". Indodaily.com. http://www.indodaily.com/reports/India_Works_With_University_Of_Leicester_On_First_National_Astronomy_Satellite_999.html। আহৰণ কৰা হৈছে: 2010-11-24.