ঐ খাপলা হৈছে ৰং চেনেল যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। আৰ বি প্ৰডাকচনৰ হৈ আজিজ মিৰ্জা প্ৰযোজিত আৰু বুলবুল হুছেইন পৰিচালিত ধাৰাবাহিকখনৰ নাম ভূমিকাত অভিনয় কৰে ৰাহুল দাসে। ধাৰাবাহিকখনে দৰ্শকৰ পৰা লাভ কৰে বিপুল সঁহাৰি।

ঐ খাপলা
শৈলী কমেডি
পৰিচালক বুলবুল হুছেইন
অভিনয়ত ৰাহুল দাস
বিপুল ৰাভা
প্ৰেমানন্দ বৰুৱা
দেশ ভাৰত
ভাষা অসমীয়া
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা ১০৯৪
প্ৰযোজনা
দৈৰ্ঘ্য ২০-২১
ষ্টুডিঅ’ আৰ বি প্ৰডাকচন
সম্প্ৰচাৰ
মূল ছেনেল ৰং
প্ৰদৰ্শনৰ সময় ২০ জুলাই ২০১৫ – ২ ফেব্ৰুৱাৰী ২০১৯
  • প্ৰেমানন্দ বৰুৱা (দাংকাতি)
  • প্ৰনৱ দত্ত (চেলকা)
  • পংকজ দাস (জিএচটি)
  • বিপুল ৰাভা (গেষ্টিক)
  • বুলবুল হুছেইন (টেনটুন আৰু মণ্ডল)
  • ৰাজীৱ ক্ৰ (জাবৰাং)
  • ৰাহুল দাস (খাপলা আৰু টিআৰপি)