কন্নড় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ কন্নড় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২৮,৬৮৩ প্ৰবন্ধ আছে।

Favicon of Wikipedia কন্নড় ৱিকিপিডিয়া
Wikipedia-logo-v2-kn.svg
ইউ আৰ এল kn.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা কন্নড় ভাষা
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যাসম্পাদনা কৰক

২০২২ চনত কন্নড় ৱিকিপিডিয়াৰ ২৮,৬৮৩ টা প্ৰবন্ধ, ৭৭,০০০ গৰাকী সম্পাদক, ৪ গৰাকী প্ৰশাসক আৰু ২,৬০৪ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১১,১৬,০২৯।[1]

বাহ্যিক সংযোগসম্পাদনা কৰক

কন্নড় ৱিকিপিডিয়া

তথ্য সংগ্ৰহসম্পাদনা কৰক