কন্যা মহাবিদ্যালয়
অসমৰ মহিলা শিক্ষানুষ্ঠান
কন্যা মহাবিদ্যালয় (ইংৰাজী: Kanya Mahavidyalaya) হৈছে ১৯৭৭ চনত স্থাপিত অসমৰ গুৱাহাটীত অৱস্থিত এখন মহিলাৰ উচ্চশিক্ষাৰ শিক্ষা প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1] এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।
কন্যা মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৭৭ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ড° ৰীণা ৰাণী বৰদলৈ |
স্থান | গুৱাহাটী, অসম, ভাৰত |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | www |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Affiliated College of Gauhati University". Archived from the original on 2017-06-06. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 2021-07-27.