কবিৰত্ন দ্বিজ (আনু. ১৬ শতিকা) গণিতৰ প্ৰসিদ্ধ সংস্কৃত পুথি 'লীলাৱতী'ৰ অসমীয়া অনুবাদক।[1]

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৭