কমতাৰ চক্ৰধ্বজ
চক্ৰধ্বজ (১৪৬০-১৪৮০ চনত ৰাজত্ব কৰিছিল) অসম ৰ খেন্ বংশ কমতা ৰাজ্যৰ শাসক আছিল।[1] তেওঁ খেন্ বংশৰ প্ৰতিষ্ঠাপক নীলাধ্বজ ৰ পুত্ৰ আছিল আৰু তেওঁৰ পিছত তেওঁৰ পুত্ৰ নীলাম্বৰ ৰাজপাটত বহে।[2]
চক্ৰধ্বজ | |
---|---|
ৰজা | |
শাসন কাল | ১৪৬০–১৪৮০ |
মৃত্যু | ১৪৮০ |
পূৰ্বসুৰী | নীলাধ্বজ |
উত্তৰসূৰী | নীলাম্বৰ |
সাম্ৰাজ্য | খেন্ বংশ |