কমলাপুৰ ৰেল ষ্টেচন

বাংলাদেশৰ কেন্দ্ৰীয় ৰেল ষ্টেচন

কমলাপুৰ ৰেল ষ্টেচন (বঙালী: কমলাপুর রেলওয়ে স্টেশন) হৈছে বাংলাদেশৰ ৰাজধানী ঢাকাত অৱস্থিত কেন্দ্ৰীয় ৰেল ষ্টেচন; যাক প্ৰাতিষ্ঠানিকভাবে ঢাকা ৰেল ষ্টেচন বুলি জনা যায়। এইটো দেশৰ আটাইতকৈ ডাঙৰ ষ্টেচন আৰু পৰিবহণৰ ক্ষেত্ৰত ব্যস্ততম আন্তঃগাঁথনি। কমলাপুৰ ৰেল ষ্টেচন ৰাজধানীৰ প্ৰৱেশদ্বাৰ হিচাপে গণ্য কৰা হয়। ইয়াক ইয়াৰ প্ৰতিষ্ঠাৰ দশকৰ আধুনিক আৰু আকৰ্ষণীয় ভৱনসমূহৰ এটা বুলিও গণ্য কৰা হয়। ইয়াক ১৯৬৮ চনৰ ১ মে তাৰিখে মুকলি কৰা হৈছিল।[1][2][3][4]

কমলাপুৰ ৰেল ষ্টেচন
কেন্দ্ৰীয় ৰেল ষ্টেচন
ৰেলভৱন
ষ্টেচনৰ তথ্য
ঠিকনা আউটাৰ চাৰ্কুলাৰ পথ, মতিঝিল থানা, ঢাকা
বাংলাদেশ
স্থানাংক 23°43′55″N 90°25′34″E / 23.7320°N 90.4262°E / 23.7320; 90.4262স্থানাংক: 23°43′55″N 90°25′34″E / 23.7320°N 90.4262°E / 23.7320; 90.4262
উচ্চতা ১২ মিটাৰ (39 ফুট)
লাইন নাৰায়ণগঞ্জ-বাহাদুৰাবাদ ঘাট ৰেলপথ
সংযোগ Bus interchange বাছ ষ্টেণ্ড
দূৰত্ব গেণ্ডেৰিয়া পৰা ৪ কিমি
তেজগাঁও পৰা ৫ কিমি
গঠনৰ প্ৰকাৰ আদৰ্শ (ভূমিজ ষ্টেচন)
প্লে'টফৰ্ম
ট্ৰেক
আন তথ্য
মুকলি ১ মে' ১৯৬৮; ৫৫ বছৰ আগত (1968-05-01)
আৰ্কিটেক্ট ডেনিয়েল ডানহাম
বব বুই
ষ্টেচন ক'ড ডিএ
জোন ইষ্টাৰ্ণ ৰেলৱে
বিভাগ ঢাকা
অধিকাৰিত্ব বাংলাদেশ ৰেলৱে
অ'পাৰেটৰ ইষ্টাৰ্ণ ৰেলৱে
ষ্টেচন স্থিতি সক্ৰিয়
Traffic
যাত্রী (২০২২) est. ১,১৫,০০০/দিন[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 Ahmed, Zafar (30 November 2022). "‘All roads lead to Kamalapur’: how the Dhaka area is set to be transformed into a multimodal transport hub". Bdnews24.com. https://bdnews24.com/economy/ogh85fy4r1। আহৰণ কৰা হৈছে: 8 December 2022. 
  2. Quazi Abul Fida (2012). "Railway". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 4 April 2024. 
  3. "কমলাপুৰ ৰেলষ্টেশন ভাঙাৰ সিদ্ধান্ত". Manab Zamin. 31 January 2021. https://mzamin.com/article.php?mzamin=260944. 
  4. Morshed, Adnan Zillur (24 July 2017). "A quiet masterpiece that serves as Dhaka's gateway". The Daily Star. https://www.thedailystar.net/perspective/quiet-masterpiece-serves-dhakas-gateway-1437574. 

অধিক পঢ়ক সম্পাদনা কৰক

  • Mahbubur Rahman (2012). "Architecture". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 4 April 2024. 
  • James-Chakraborty, Kathleen (2014). "Reinforced concrete in Louis Kahn's National Assembly, Dhaka: Modernity and modernism in Bangladeshi architecture". Frontiers of Architectural Research খণ্ড 3 (2): 81–88. doi:10.1016/j.foar.2014.01.003. 
  • Daniel Dunham, Pioneer of Modern Architecture in Bangladesh by Rafique Islam আই.এচ.বি.এন. 978-0-9834694-3-8 pages 83–90

বাহ্যিক সংযোগ সম্পাদনা কৰক