কমলা গোহাঁই হৈছে কুৰি শতিকাৰ চল্লিছৰ দশকৰ এগৰাকী অসমীয়া মহিলা চিকিৎসক।[1]

কমলা গোহাঁই
জন্ম অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চিকিৎসক, অনুবাদ
পিতৃ-মাতৃ মহেন্দ্ৰনাথ গোহাঁই (পিতৃ)
শৰৎকুমাৰী গোহাঁই (মাতৃ)

জন্ম পৰিচয় সম্পাদনা কৰক

কমলা গোহাঁই হৈছে অধ্যাপক হীৰেন গোহাঁইৰ জ্যেষ্ঠা ভগ্নী।[1]পাছলৈ কমলা সেনগুপ্ত হৈ কলিকতা নিবাসী হয়।

শিক্ষাজীৱন সম্পাদনা কৰক

কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা কুৰি শতিকাৰ চল্লিছৰ দশকৰ এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰা অসমীয়া ছোৱালী হ'ল কমলা গোহাঁই।[1]

কৰ্মজীৱন সম্পাদনা কৰক

কমলা গোহাঁইয়ে ইণ্ডিয়ান মেডিকেল ৱমেনছ্ এছ'চিয়েচনৰ কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। অসমীয়া অনুবাদ সাহিত্যলৈকো বৰঙণি যোগাইছে।[1]

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "বিজ্ঞানৰ জগতত অসমীয়া মহিলা". http://srotaswini.in/#our-volumes। আহৰণ কৰা হৈছে: 27 May 2020.