কমলেশ্বৰ চলিহা
কমলেশ্বৰ চলিহা (ইংৰাজী: Kamaleswar Chaliha) এগৰাকী কবি,ঔপন্যাসিক হিচাপে সুপৰিচিত। তেখেত যোৰহাটৰ গীতাৰ্থী সমাজ আৰু গুৱাহাটী সবিতা সভাৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। কমলেশ্বৰ চলিহা 'কচ' স্বপ্ন নামেৰে পৰিচিত।[1]তেখেতে ছাত্ৰাবস্থাতে 'সংসাৰী' নামৰ কবিতা পুথিখন ৰচনা কৰিছিল। কমলেশ্বৰ চলিহাই অসম সাহিত্য সভাৰ মাকুম অধিবেশনৰ কবি সন্মিলনত সভাপতিত্ব কৰিছিল।[2]
কমলেশ্বৰ চলিহা | |
---|---|
জন্ম | ১৯০৪ অসম |
মৃত্যু | ১৯৮৪ ডিব্ৰুগড় |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰককমলেশ্বৰ চলিহাৰ জন্ম হৈছিল ১৯০৪ চনৰ ২৯ অক্টোবৰত ডিব্ৰুগড়ত।[2] পিতৃৰ নাম খৰ্গেশ্বৰ চলিহা। মাতৃৰ নাম ডিম্বেশ্বৰী।
শিক্ষা
সম্পাদনা কৰক১৯২২ চনত যোৰহাটৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
চাকৰি জীৱন
সম্পাদনা কৰককমলেশ্বৰ চলিহাই যোৰহাটত গড়কাপ্তানী বিভাগত সহকাৰীৰূপে কৰ্মজীৱনৰ পাতনি মেলে। ১৯২৬ চনত যোৰহাটৰ স্কুল পৰিদৰ্শক অফিচত সহকাৰীৰূপে চাকৰি কৰিছিল। ১৯৬১ চনত অসম প্ৰকাশন পৰিষদত সহকাৰি যোগদান কৰিছিল।[2]
সাহিত্যৰাজি
সম্পাদনা কৰককবিতা পুথি
সম্পাদনা কৰক- সংসাৰী (১৯২২)
- মুকুতি (১৯২৭)
- কণ-মৌ
- গুণ-গুণ (১৯৩০)
- ছন্দিকা (১৯৪১)
[3]অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮ চন, পৃষ্ঠা নং ৩২২
নাট
সম্পাদনা কৰক- চাঁদ-সদাগৰ(১৯৩০)
- ধূলি(১৯৩০)
- বৰলা(১৯৩১)
মৃত্যু
সম্পাদনা কৰক১৯৮৪ চনত কমলেশ্বৰ চলিহাৰ মৃত্যু হয়।[4]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সম্পা:সত্যেন্দ্ৰনাথ শৰ্মা,সপ্তম সংস্কৰণ ১৯৯৬,পৃষ্ঠা নং ৩২৭
- ↑ 2.0 2.1 2.2 অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ৩৪
- ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ৩৪
- ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সম্পা:সত্যেন্দ্ৰনাথ শৰ্মা,সপ্তম সংস্কৰণ ১৯৯৬,পৃষ্ঠা নং ৩২৭