কলম হ'ল এক লিখন সজুলি ৷ ইয়াক কোনো লিখন পৃষ্ঠ যেনে কাগজ আদিত চিঞাহীৰ প্ৰয়োগ কৰি লিখিব বা অংকণ কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷

এটা সস্তীয়া বলপইণ্ট কলম

প্ৰকাৰসম্পাদনা কৰক

আধুনিকসম্পাদনা কৰক

  1. বলপইণ্ট কলম
  2. ফাউন্টেইন কলম
  3. মাৰ্কাৰ কলম
  4. ৰ'লাৰবল কলম

ঐতিহাসিকসম্পাদনা কৰক

  1. নিব কলম
  2. পাখী কলম
  3. বাঁহ কলম

ইতিহাসসম্পাদনা কৰক

প্ৰাচীন কালত ইজিপ্তিয়ানসকলে লিখন সজুলি হিচাপে কলমৰ উদ্ভাৱন কৰিছিল ৷৩০০০ খ্ৰীষ্টপূৰ্বত বাঁহৰ কলমৰ ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে৷