কলোম্বিয়ান বিবাদ ১৯৬৪ বা ১৯৬৬ত আৰম্ভ হোৱা এক কম-উগ্ৰ যুদ্ধ কলোম্বিয়ান চৰকাৰ, অৰ্ধ-সামৰিক গোট, অপৰাধী আৰু বাওঁপন্থী গুৱেৰিলা গোট যেনে ৰিভ'লিউচনেৰী আৰ্মড ফ'ৰ্চেচ অৱ কলোম্বিয়াৰ আৰু নেচনেল লিবাৰেচন আৰ্মিৰ মাজত। সকলোৱে কমোম্বিয়ান ভূখণ্ডত প্ৰভাৱ বিস্তাৰৰ বাবে যুদ্ধৰত।[1][2][3][4][5][6][7]

ঐতিহাসিকভাৱে ই লা ভায়'লেঞ্চিয়া বিবাদত আৰম্ভ হোৱা। ১৯৪৮ চনত ৰাজনৈতিক নেতা জৰ্জ এলেয়েচাৰ গাইটানক হত্যা কৰা হ'ল।[8] তাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহায়ত সবলভাৱে সাম্যবাদীসকলক গ্ৰাম্য কলোম্বিয়াত দমন কৰা হ'ল, যাৰ বাবে মুক্তবাদীসকল আৰু সাম্যবাদী সশস্ত্ৰ সংগ্ৰামীসকল 'ফাৰ্ক' হিচাপে ঐক্যবদ্ধ হ'বলৈ বাধ্য হ'ল।[9]

সশস্ত্ৰ বিবাদ সম্পাদনা কৰক

এই সশস্ত্ৰ বিবাদৰ কাৰণ ৬০ বছৰৰ আগৰ কলোম্বিয়ান অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক কাৰণ।[10] ১৯৭৪-১৯৮২লৈ ফাৰ্ক আৰু ইএলএনে সাম্যবাদেৰে অধিক সমতাৰ শ্ল'গানেৰে কিছু কিছু লোকৰ সমৰ্থন লভিছিল।[11]  ১৯৮০ৰ দশকত পিচে চৰকাৰৰ নতুন ফিস্কেল নীতি আৰু স্থানীয় চৰকাৰক অধিক স্বায়ত্তশাসনৰ শক্তি প্ৰদান কৰাৰ বাবে চৰকাৰ ৰাইজৰ অধিক কাষ চাপিল। ১৯৮৫ত ফাৰ্কে বাওঁপন্থী 'পেট্ৰিয়টিক ইউনিয়ন'  গঠন কৰিলে। যদিও ইউনিয়নে পাছলৈ সশস্ত্ৰ গোটসমূহৰ পৰা দূৰত্ব বজাই ৰাখিলে, সোঁপন্থী অৰ্ধসামৰিক গোট কিচুমানে  ৰাজনৈতিক দলটোৰ নেতাসমূহক আক্ৰমণ কৰি গ'ল।[10]

১৯৭০ৰ দশকত পিচ কৰ্পছৰ নামত আমেৰিকাই কলোম্বিয়াত মাৰ্কটিক্সৰ উৎপাদনহে আমেৰিকান মাফিয়া আৰু কলোম্বিয়ান ট্ৰেফিককাৰীৰ োথ মুকলি কৰি আৰম্ভ কৰিলে। উৎপাদিত ককেইন প্ৰায় ইউৰোপীয় সংঘ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত হৈছিল।

১৯৮০ৰ দশকত ড্ৰাগছৰ প্ৰভাৱ চৰকাৰী তৎপৰতাত হ্ৰাস পোৱাত বাওঁপন্থী আৰু সোঁপন্থী উভয় অৰ্ধ-সামৰিক গোটসমূহেই ধনৰ বাবে অপহৰণ, ভাবুকি আদিত নামিল যাৰ বাবে সিঁহতৰ জনপ্ৰিয়তা হ্ৰাস পালে।[10]

আলভাৰ' উৰিবেৰ ৰাষ্ট্ৰপতিত্বত ফাৰ্কৰ ওপৰত বৰ্দ্ধিত সামৰিক হেঁচা আৰু সোঁপন্থী সশস্ত্ৰ এইউচিৰে হোৱা শান্তি প্ৰক্ৰিয়াত সোঁপন্থী এইউচিয়ে কাম বন্ধ কৰিলে, সুৰক্ষা সূচক ভাল হ'ল আৰু ককেইনৰ উৎপাদন হ্ৰাস পালে।[12][13]

লাখ লাখ লোকে ২০০৮ৰ ফেব্ৰুৱাৰীত ফাৰ্ক আৰু অন্যান্য অবৈধ গোটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্তকৰিলে।[14][15][16] ২৬৬৪৮ ফাৰ্ক আৰু ইএলএন যুঁজাৰুৱে ২০০২লৈ কৰ্ম ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।[17]

২০১২ত পিচ প্ৰচেচ ইন কলোম্বিয়া আৰম্ভ হ'ল। ৬ পইণ্ট থকা নীতি তৈয়াৰ কৰা হ'ল ৰাজ্য আৰু ফাৰ্কৰ দ্বাৰা।[18] 

পটভূমি সম্পাদনা কৰক

বিবাদৰ উৎস বিচাৰি ১৯২০ৰ দশকৰ চুমাপাজ আৰু টেকুৱেণ্ডামাৰ কফি উৎপাদনৰ ভূমিৰ অধিকাৰক লৈ সৃষ্টি হোৱা বিবাদ বুলিব পাৰি।[19] জৰ্জ গাইটানৰ হত্যাই পৰিস্থিতি অধিক উত্তপ্ত কৰিলে। পাছলৈ পৰিস্থিতি শান্ত হ'লেও অনেক গোটে সংগ্ৰাম ত্যাগ নকৰিলে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "War and Drugs in Colombia – International Crisis Group". Crisisgroup.org. http://www.crisisgroup.org/en/regions/latin-america-caribbean/andes/colombia/011-war-and-drugs-in-colombia.aspx?alt_lang=es। আহৰণ কৰা হৈছে: October 14, 2014. 
  2. "'Loco,' Colombia's Last Drug Lord, Extradited to New York". Foreign Policy. July 10, 2013. Archived from the original on October 18, 2014. https://web.archive.org/web/20141018213625/http://blog.foreignpolicy.com/posts/2013/07/10/daniel_loco_barrera_barrera_colombia_s_last_drug_lord_extradited_to_new_york। আহৰণ কৰা হৈছে: October 14, 2014. 
  3. "Neo-Paramilitary Groups Consolidating in Colombia: Report". Insightcrime.org. http://www.insightcrime.org/news-analysis/colombia-bacrim-paramilitary-cartels-nuevo-arco-iris। আহৰণ কৰা হৈছে: October 14, 2014. 
  4. "Neo-paramilitaries do not deserve political status: Govt". Colombia News – Colombia Reports. http://colombiareports.co/neo-paramilitaries-have-no-political-agenda-govt/। আহৰণ কৰা হৈছে: October 14, 2014. 
  5. "armed conflict Archives – Colombia News – Colombia Reports". Colombia News – Colombia Reports. http://colombiareports.co/tag/armed-conflict/। আহৰণ কৰা হৈছে: October 14, 2014. 
  6. "peace talks Archives – Colombia News – Colombia Reports". Colombia News – Colombia Reports. http://colombiareports.co/tag/peace-talks-2/। আহৰণ কৰা হৈছে: October 14, 2014. 
  7. "The Colombian "War on Drugs", A Family Affair – SHOAH". Shoah.org. Archived from the original on March 1, 2015. https://web.archive.org/web/20150301161118/http://www.shoah.org.uk/2012/10/26/the-colombian-war-on-drugs-a-family-affair/। আহৰণ কৰা হৈছে: October 14, 2014. 
  8. Garry Leech (2009). Beyond Bogota: Diary of a Drug War Journalist. প্ৰকাশক Boston, MA: Beacon Press. পৃষ্ঠা. 242–247. ISBN 978-0-8070-6148-0. 
  9. Mario A. Murillo; Jesús Rey Avirama (2004). Colombia and the United States: war, unrest, and destabilization. Seven Stories Press. পৃষ্ঠা. 57. ISBN 978-1-58322-606-3. https://books.google.com/?id=EdhCanqQN8kC&pg=PA57&dq=%22la+violencia%22+colombia+united+states&q=%22la%20violencia%22%20colombia%20united%20states. 
  10. 10.0 10.1 10.2 Lilian Yaffe (3 October 2011). "Armed conflict in Colombia: analysis of the economic, social and institutional causes of violent opposition" (Spanish ভাষাত). icesi.edu.co. Archived from the original on October 16, 2013. https://web.archive.org/web/20131016063214/http://www.icesi.edu.co/revistas/index.php/revista_cs/article/view/1133/1509। আহৰণ কৰা হৈছে: April 24, 2013. 
  11. Ángel, Gabriel. "A PROPÓSITO DE LOS 22 AÑOS DE SU MUERTE Memoria de una entrevista con Jacobo Arenas". FARC-EP. http://farc-ep.co/?p=1635। আহৰণ কৰা হৈছে: 14 April 2014. 
  12. "Military Personnel – Logros de la Política Integral de Seguridad y Defensa para la Prosperidad" (Spanish ভাষাত). mindefensa.gov.co. Archived from the original on 2015-04-13. https://web.archive.org/web/20150413195638/http://www.mindefensa.gov.co/irj/go/km/docs/Mindefensa/Documentos/descargas/estudios%20sectoriales/info_estadistica/Logros_Sector_Defensa.pdf। আহৰণ কৰা হৈছে: 2016-10-09. 
  13. CIA world fact book. "Colombia". CIA. Archived from the original on May 13, 2009. https://web.archive.org/web/20090513074502/https://www.cia.gov/library/publications/the-world-factbook/geos/co.html। আহৰণ কৰা হৈছে: May 24, 2009. 
  14. "Oscar Morales and One Million Voices Against FARC". movements.org. 23 July 2010. Archived from the original on April 10, 2013. https://web.archive.org/web/20130410102452/http://www.movements.org/case-study/entry/oscar-morales-and-one-million-voices-against-farc। আহৰণ কৰা হৈছে: 1 April 2013. 
  15. "One Million Voices Against the FARC: A Milestone for Freedom". bushcenter.org. 4 February 2011. http://www.bushcenter.org/blog/2012/09/13/one-million-voices-against-farc-milestone-freedom। আহৰণ কৰা হৈছে: 1 April 2013. 
  16. "One Million Voices Against FARC" (Spanish ভাষাত). millondevoces.org. Archived from the original on 23 March 2013. https://web.archive.org/web/20130323095958/http://www.millondevoces.org/contenido/। আহৰণ কৰা হৈছে: 1 April 2013. 
  17. "Desmovilización, principal arma contra las guerrillas" (in Spanish). eltiempo.com.
  18. "Colombia’s peace deals". mesadeconversaciones.com.co. https://www.mesadeconversaciones.com.co/documentos-y-comunicados। আহৰণ কৰা হৈছে: 24 August 2016. 
  19. "History of the Guerillas in Colombia" (PDF). Ecsbdefesa.com.br. Archived from the original on 26 November 2014. https://web.archive.org/web/20141126224947/http://ecsbdefesa.com.br/defesa/fts/HGC.pdf। আহৰণ কৰা হৈছে: 14 October 2014.