ক’হিমা জিলা
ক’হিমা জিলা (pron:/ˈkəʊhɪˌmɑː or kəʊˈhiːmə/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাখনৰ মূল অধিবাসীসকল আংগামী নগা জনজাতিৰ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নাগালেণ্ডৰ মুঠ এঘাৰখন জিলাৰ ভিতৰত ডিমাপুৰৰ পিছতে ক’হিমা দ্বিতীয় জনবসতিপূৰ্ণ জিলা৷[1]
ক’হিমা জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | নাগালেণ্ড |
চৰকাৰ | |
• লোকসভা সমষ্টি | নাগালেণ্ড |
জনসংখ্যা (2011) | |
• মুঠ | 2,70,063 |
ইতিহাস
সম্পাদনা কৰকভাৰতে স্বাধীনতা লাভ কৰাৰ পূৰ্বে ক’হিমা ’নাগা হিলছ ডিষ্ট্ৰিক্ট’ৰ অন্তৰ্ভুক্ত আছিল আৰু এই জিলাৰ সদৰ ঠাই আছিল ক’হিমা৷ [2]
১৯৬১ চনৰ এক ডিচেম্বৰত নাগালেণ্ডৰ অন্যতম জিলা হিচাপে ক’হিমা জিলাৰ প্ৰতিষ্ঠা হয়৷[3] ১৯৭৩ চনত এই জিলাৰ পৰাই ফেক আৰু ৱখা জিলা আৰু ১৯৯৭ চনত ডিমাপুৰ জিলা সৃষ্টি কৰা হয়৷[4][5] অৱশেষত ২০০৩ চনৰ পেৰেণ জিলাৰ সৃষ্টিয়ে ক’হিমা জিলাৰ বৰ্তমানৰ ৰূপ দিয়ে৷[6]
প্ৰশাসন
সম্পাদনা কৰকক’হিমা জিলাৰ মূল প্ৰশাসনিক বিষয়া হ’ল উপায়ুক্ত (deputy commissioner)৷ প্ৰতিটো প্ৰশাসনিক চাৰ্কোলৰ তত্বাবধানৰ বাবে তেওঁৰ অধীনত বিভিন্ন সংযোজিত ডেপুটি কমিশ্যনাৰ (additional deputy commissioners) আৰু মহকুমা বিষয়া (sub-division officers; SDOs) থাকে৷[7] ইয়াৰ উপৰিও ক’হিমাৰ এটা জিলা নাগৰিক উন্নয়ন পৰিষদ (District Urban Development Agency) আছে৷ [8]
ক’হিমা জিলাখন আঠটা প্ৰশাসনিক চাৰ্কোল (administrative circles) ত বিভক্ত কৰা হৈছে- Tseminyu, Tsogin, Chiephobozou, Botsa, কেজ’চা (Kezocha), জখমা (Jakhama), Kohima Sadar আৰু Sechu-Zubza৷ এই চাৰ্কোলসমূহ চাৰিটা গ্ৰাম্য উন্নয়ন বিভাগ (Rural Development Blocks) ত বিভক্ত- ক’হিমা(Kohima Sadar আৰু Sechu-Zubza), Chiephobozou (Chiephobozou, Botsa আৰু কেজ’চাৰ কিছু অংশ), জখমা (জখমা আৰু কেজ’চাৰ বাকী অংশ) আৰু Tseminyu (Tseminyu আৰু Tsogin).[3]
জনসংখ্যা
সম্পাদনা কৰক২০১১ চনৰ লোকপিয়ল অনুসৰি ক’হিমাৰ মুঠ জনসংখ্যা ২৬৭,৯৮৮ ৷ ইয়াৰে ৪৫% লোক চহৰ অঞ্চলত বাস কৰে৷ গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৭৬৷ ক’হিমাৰ প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯২৮ গৰাকী৷ এই জিলাৰ সাক্ষৰতাৰ হাৰ ৮৫%৷[1]
ক’হিমাৰ মূল অধিবাসী হৈছে আংগামী নগা আৰু ৰেংমা নগা জনজাতিৰ লোকসকল৷[উদ্ধৃতিৰ প্ৰয়োজন]
ভাষা
সম্পাদনা কৰকভৌগোলিক অৱস্থান
সম্পাদনা কৰকজলবায়ু
সম্পাদনা কৰকক’হিমাৰ জলবায়ুৰ তথ্য | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
গড় উষ্ণতা - উচ্চ °C (°F) | 16.6 | 17.9 | 22.1 | 24.1 (75.4) |
24.4 (75.9) |
24.9 (76.8) |
25.0 (77.0) |
25.4 (77.7) |
25.0 (77.0) |
23.4 (74.1) |
20.6 (69.1) |
17.7 (63.9) |
22.2 (72.0) |
গড় উষ্ণতা - নিম্ন °C (°F) | 8.1 (46.6) |
9.3 (48.7) |
12.7 (54.9) |
15.6 (60.1) |
16.9 (62.4) |
18.1 (64.6) |
18.8 (65.8) |
18.9 (66.0) |
18.1 (64.6) |
16.6 (61.9) |
13.1 (55.6) |
9.4 (48.9) |
14.6 (58.3) |
বৰ্ষাপাত mm (ইঞ্চি) | 11.7 (0.461) |
35.4 (1.394) |
47.6 (1.874) |
88.7 (3.492) |
159.2 (6.268) |
333.8 (13.142) |
371.8 (14.638) |
364.0 (14.331) |
250.1 (9.846) |
126.0 (4.961) |
35.2 (1.386) |
7.8 (0.307) |
1,831.3 (72.098) |
Avg. rainy days | 2 | 3.9 | 5.8 | 12.2 | 16.9 | 23.1 | 24.6 | 22.9 | 19.1 | 10.7 | 3.6 | 1.4 | 146.2 |
উৎস: WMO [9] |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/census/district/617-kohima.html। আহৰণ কৰা হৈছে: 2017-11-03.
- ↑ "Brief industrial profile of Kohima district, Nagaland state". Government of India Ministry of MSME. 18 February 2015. Archived from the original on 16 April 2015. https://web.archive.org/web/20150416150748/http://dcmsme.gov.in/dips/DIPR-KOHIMA-Final.pdf। আহৰণ কৰা হৈছে: 6 November 2018.
- ↑ 3.0 3.1 "District Census Handbook". Census of India 2011. 16 June 2014. http://www.censusindia.gov.in/2011census/dchb/1310_PART_B_DCHB_KOHIMA.pdf.
- ↑ "Know Your Districts: Phek - The Morung Express". The Morung Express. 8 June 2016. Archived from the original on 6 June 2019. https://web.archive.org/web/20190606205430/http://morungexpress.com/know-districts-phek/। আহৰণ কৰা হৈছে: 6 November 2018.
- ↑ "About Wokha". Wokha Dist Administration. 2010. http://wokha.nic.in/about%20wokha.htm.
- ↑ "Nagaland: Know Your Districts - An overview -III - The Morung Express". The Morung Express. 17 October 2017. Archived from the original on 20 May 2019. https://web.archive.org/web/20190520153243/http://morungexpress.com/nagaland-know-districts-overview-iii/। আহৰণ কৰা হৈছে: 6 November 2018.
- ↑ "Hierarchy of administrative officers at deputy commissioner's office, Kohima". National Informatics Centre, Kohima District Centre. July 2017. Archived from the original on 2018-08-09. https://web.archive.org/web/20180809163252/http://kohima.nic.in/DC%20KOHIMA.htm। আহৰণ কৰা হৈছে: 2018-11-06.
- ↑ "Kohima CDP Revised". Government of Nagaland. July 2006. পৃষ্ঠা: 67. Archived from the original on 2012-01-07. https://web.archive.org/web/20120107005341/https://jnnurmmis.nic.in/toolkit/Kohima_CDP_Revised.pdf। আহৰণ কৰা হৈছে: 2018-11-06.
- ↑ "Kohima". World Meteorological Organisation. Archived from the original on 2012-05-06. https://web.archive.org/web/20120506162225/http://worldweather.wmo.int/066/c01601.htm। আহৰণ কৰা হৈছে: 2011-12-01.