কাউণ্টি কিউলেন (ইংৰাজী: Countee Cullen) আছিল এগৰাকী আমেৰিকান কবি, ঔপন্যাসিক, শিশু লেখক আৰু নাট্যকাৰ। তেওঁ বিশেষকৈ হাৰ্লম নৱজাগৰণৰ সময়ত সুপৰিচিত আছিল।[1] নিজৰ কবি পৰিচিতিক এজন 'নিগ্ৰো কবি' হিচাপে সীমাবদ্ধ ৰাখিব নিবিচৰা আমেৰিকাৰ কৃষ্ণাঙ্গ কবিগৰাকীয়েই হ'ল কাউণ্টি কিউলেন।[2]

কাউণ্টি কিউলেন

১৯৪১ চনত কাউণ্টি কিউলেন
জন্ম কাউণ্টি লিৰয় পৰ্টাৰ
৩০ মে', ১৯০৩
মৃত্যু ৯ জানুৱাৰী, ১৯৪৬ (৪২ বছৰ)
পেচা লেখক
ৰাষ্ট্ৰীয়তা আমেৰিকান
মাতৃশিক্ষায়তন নিউয়ৰ্ক বিশ্ববিদ্যালয়;
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়
সময় ১৯২৩–৪৬
ধৰণ পদ্য সাহিত্য
সাহিত্যিক বিপ্লৱ হাৰ্লম নৱজাগৰণ

জন্ম সম্পাদনা কৰক

কাউণ্টি কিউলেনৰ জন্ম ১৯০৩ চনত হৈছিল আমেৰিকাত।

শিক্ষা সম্পাদনা কৰক

DeWitt Clinton High School[2]

সাহিত্যৰাজি সম্পাদনা কৰক

কবিতাপুথি সম্পাদনা কৰক

  • Colour (১৯২৫)[2]

কাব্য সংকলন সম্পাদনা কৰক

  • Copper Sun(১৯২৭)
  • The Ballad of a Brown Girl(১৯২৭)
  • The Black Christ and Other Poems(১৯২৯)
  • Tablean(১৯২৫)
  • Any Human to Another(১৯৩৪)
  • On these I Stand: An Anthology of the Best Poem of Countee Cullen(১৯৪৭)
  • My Soul's High Song: The Collected Writings of Countee Cullen(১৯৯১)

উপন্যাস সম্পাদনা কৰক

  • One Way to Heaven(১৯৩১)[2]

গদ্য সংকলন সম্পাদনা কৰক

  • The Lost Zoo(১৯৪০)
  • My Lives and How I Lost Them(১৯৪২)[2]

নাটক সম্পাদনা কৰক

  • St. Louis Woman(১৯৪৬)[2]

সম্পাদিত কাব্য সংকলন সম্পাদনা কৰক

  • Caroling Dusk[2]

বঁটা আৰু সন্মান সম্পাদনা কৰক

I have a Rendezvous with Life নামৰ কবিতাৰ বাবে পুৰস্কৃত হৈছিল।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Early, Gerald. "About Countee Cullen's Life and Career". Modern American Poetry. Archived from the original on March 29, 2019. https://web.archive.org/web/20190329182359/http://www.english.illinois.edu/maps/poets/a_f/cullen/life.htm। আহৰণ কৰা হৈছে: May 12, 2017. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 ভাষা আৰু সাহিত্যৰ দুটিমান আলোচনা, সম্পাদনা: ড॰ কৰবী গগৈ, ড॰ দীপালি গগৈ, প্ৰথম প্ৰকাশ: জানুৱাৰী ২০১৮, পৃষ্ঠা: ৩৩৬-৩৩৭