কাউণ্টি কিউলেন
কাউণ্টি কিউলেন (ইংৰাজী: Countee Cullen) আছিল এগৰাকী আমেৰিকান কবি, ঔপন্যাসিক, শিশু লেখক আৰু নাট্যকাৰ। তেওঁ বিশেষকৈ হাৰ্লম নৱজাগৰণৰ সময়ত সুপৰিচিত আছিল।[1] নিজৰ কবি পৰিচিতিক এজন 'নিগ্ৰো কবি' হিচাপে সীমাবদ্ধ ৰাখিব নিবিচৰা আমেৰিকাৰ কৃষ্ণাঙ্গ কবিগৰাকীয়েই হ'ল কাউণ্টি কিউলেন।[2]
কাউণ্টি কিউলেন | |
---|---|
১৯৪১ চনত কাউণ্টি কিউলেন | |
জন্ম | কাউণ্টি লিৰয় পৰ্টাৰ ৩০ মে', ১৯০৩ |
মৃত্যু | ৯ জানুৱাৰী, ১৯৪৬ (৪২ বছৰ) |
পেচা | লেখক |
ৰাষ্ট্ৰীয়তা | আমেৰিকান |
মাতৃশিক্ষায়তন | নিউয়ৰ্ক বিশ্ববিদ্যালয়; হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় |
সময় | ১৯২৩–৪৬ |
ধৰণ | পদ্য সাহিত্য |
সাহিত্যিক বিপ্লৱ | হাৰ্লম নৱজাগৰণ |
জন্ম
সম্পাদনা কৰককাউণ্টি কিউলেনৰ জন্ম ১৯০৩ চনত হৈছিল আমেৰিকাত।
শিক্ষা
সম্পাদনা কৰকDeWitt Clinton High School[2]
সাহিত্যৰাজি
সম্পাদনা কৰককবিতাপুথি
সম্পাদনা কৰক- Colour (১৯২৫)[2]
কাব্য সংকলন
সম্পাদনা কৰক- Copper Sun(১৯২৭)
- The Ballad of a Brown Girl(১৯২৭)
- The Black Christ and Other Poems(১৯২৯)
- Tablean(১৯২৫)
- Any Human to Another(১৯৩৪)
- On these I Stand: An Anthology of the Best Poem of Countee Cullen(১৯৪৭)
- My Soul's High Song: The Collected Writings of Countee Cullen(১৯৯১)
উপন্যাস
সম্পাদনা কৰক- One Way to Heaven(১৯৩১)[2]
গদ্য সংকলন
সম্পাদনা কৰক- The Lost Zoo(১৯৪০)
- My Lives and How I Lost Them(১৯৪২)[2]
নাটক
সম্পাদনা কৰক- St. Louis Woman(১৯৪৬)[2]
সম্পাদিত কাব্য সংকলন
সম্পাদনা কৰক- Caroling Dusk[2]
বঁটা আৰু সন্মান
সম্পাদনা কৰকI have a Rendezvous with Life নামৰ কবিতাৰ বাবে পুৰস্কৃত হৈছিল।[2]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Early, Gerald. "About Countee Cullen's Life and Career". Modern American Poetry. Archived from the original on March 29, 2019. https://web.archive.org/web/20190329182359/http://www.english.illinois.edu/maps/poets/a_f/cullen/life.htm। আহৰণ কৰা হৈছে: May 12, 2017.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 ভাষা আৰু সাহিত্যৰ দুটিমান আলোচনা, সম্পাদনা: ড॰ কৰবী গগৈ, ড॰ দীপালি গগৈ, প্ৰথম প্ৰকাশ: জানুৱাৰী ২০১৮, পৃষ্ঠা: ৩৩৬-৩৩৭