মূল মেনু খোলক

৯ জানুৱাৰী (ইংৰাজী9 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯ম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৬ টা দিন (অধিবৰ্ষত ৩৫৭টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

অন্যান্যসম্পাদনা কৰক

  1. ১৯১৫ খৃঃ - জাতিৰ পিতা মহাত্মা গান্ধীভাৰতলৈ প্ৰত্যাৱৰ্তন ।
  2. ১৯৫১ খৃঃ - ৰাষ্ট্ৰসংঘনিউ য়ৰ্ক স্থিত কাৰ্য্যালয়ৰ মুকলি ।

জন্মসম্পাদনা কৰক

  1. ১৯২২ খৃঃ - হৰগোবিন্দ খোৰানা, ভাৰতীয় বংশোদ্ভৱ নোবেল বটা বিজয়ী প্ৰখ্যাত চিকিৎসা বিজ্ঞানী
  2. ১৯৭৪ খৃঃ - ফাৰহান আখতাৰ, বলীউদ গায়ক, অভিনেতা তথা চিত্ৰ নিৰ্মাতা।
  3. ২০০০ চনৰ আজিৰ দিনটোতে দৌৰবিদ হিমা দাসৰ জন্ম হৈছিল।

মৃত্যুসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক