কাকজান চাহ বাগিছা
কাকজান চাহ বাগিছা যোৰহাট জিলাৰ মৰিয়নিৰ অন্তৰ্গত নকছাৰিৰ এখন লেখত লব লগীয়া বাগিছা ৷ ২০১১ চনত ইয়াৰ পৰা ভেলাগুৰি চাহ বাগিছাক পৃথক কৰাৰ আগলৈকে, কাকজান চাহ বাগিছা এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিছা হিচাপে পৰিগণিত হৈছিল৷ [1]
ইতিহাস
সম্পাদনা কৰকএই চাহ বাগিচাখন ১৮৯৭ চনত জেমছ্ ফিনেলি ও কোম্পানীৰ অধীনত কানান ডেৱান হিলছ্ প্ৰডিউচে প্ৰতিষ্ঠা কৰিছিল৷ ১৯৮৩ চনত বাগিছাখন টাটা টি লিমিটেডৰ অধীনলৈ যায় আৰু ২০০৮চনত এমালগেমেটেড প্লেন্টেচন প্ৰাইভেট লিমিটেড(টাটাৰ অধিনষ্ঠ উদ্যোগ) ৰ অধীনলৈ যায় ৷ [2]
বাগিছা
সম্পাদনা কৰক১৬.২২ বৰ্গ কি: মি: ৰ বাগিছাখনত ৯৫০.৮১ হেক্টৰ কৃষিভূমি আৰু ৯২৯.৮৯ হেক্টৰ উৎপাদন ভূমি আছে৷ বাগিছাখনত বছৰি ৩.৬ লাখ কি:গ্ৰা: চাহ উৎপাদন হয়৷ ৷ [3]
প্ৰাথমিক তথ্যসমূহ
সম্পাদনা কৰকMature Area | 865.79 hectares |
Immature Area | 74.10 hectares |
Total Production of CTC Tea | 3.60 lakh kilograms |
Area Under Rehabilitation Crop | 10.92 hectares |
Total Tea Area | 950.81 hectares |
VP Nursery | 4.45 hectares |
Area suitable for Tea | 16.00 hectares |
Area under Seed Bari | 5.00 hectares |
Area not suitable for tea | 133.71 hectares |
Land used for Roads Drains etc. | 84.17 hectares |
Land used for as Grazing and Khet Land | 196.48 hectares |
Land occupied for building & establishments | 227.79 hectares |
Land used for Aquaculture | 3.82 hectares |
Total Estate Area | 1622.23 hectares |
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2015-03-17. https://web.archive.org/web/20150317143734/http://amalgamatedplantations.co.in/plantations/assam-estates/kakajan-tea-estate/। আহৰণ কৰা হৈছে: 2015-10-10.