কাকজান চাহ বাগিছা যোৰহাট জিলামৰিয়নিৰ অন্তৰ্গত নকছাৰিৰ এখন লেখত লব লগীয়া বাগিছা ৷ ২০১১ চনত ইয়াৰ পৰা ভেলাগুৰি চাহ বাগিছাক পৃথক কৰাৰ আগলৈকে, কাকজান চাহ বাগিছা এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিছা হিচাপে পৰিগণিত হৈছিল৷ [1]

ইতিহাস সম্পাদনা কৰক

এই চাহ বাগিচাখন ১৮৯৭ চনত জেমছ্ ফিনেলি ও কোম্পানীৰ অধীনত কানান ডেৱান হিলছ্ প্ৰডিউচে প্ৰতিষ্ঠা কৰিছিল৷ ১৯৮৩ চনত বাগিছাখন টাটা টি লিমিটেডৰ অধীনলৈ যায় আৰু ২০০৮চনত এমালগেমেটেড প্লেন্টেচন প্ৰাইভেট লিমিটেড(টাটাৰ অধিনষ্ঠ উদ্যোগ) ৰ অধীনলৈ যায় ৷ [2]

বাগিছা সম্পাদনা কৰক

১৬.২২ বৰ্গ কি: মি: ৰ বাগিছাখনত ৯৫০.৮১ হেক্টৰ কৃষিভূমি আৰু ৯২৯.৮৯ হেক্টৰ উৎপাদন ভূমি আছে৷ বাগিছাখনত বছৰি ৩.৬ লাখ কি:গ্ৰা: চাহ উৎপাদন হয়৷ ৷ [3]

প্ৰাথমিক তথ্যসমূহ সম্পাদনা কৰক

Mature Area 865.79 hectares
Immature Area 74.10 hectares
Total Production of CTC Tea 3.60 lakh kilograms
Area Under Rehabilitation Crop 10.92 hectares
Total Tea Area 950.81 hectares
VP Nursery 4.45 hectares
Area suitable for Tea 16.00 hectares
Area under Seed Bari 5.00 hectares
Area not suitable for tea 133.71 hectares
Land used for Roads Drains etc. 84.17 hectares
Land used for as Grazing and Khet Land 196.48 hectares
Land occupied for building & establishments 227.79 hectares
Land used for Aquaculture 3.82 hectares
Total Estate Area 1622.23 hectares
  1. "আৰ্কাইভ কপি". Archived from the original on 2015-03-17. https://web.archive.org/web/20150317143734/http://amalgamatedplantations.co.in/plantations/assam-estates/kakajan-tea-estate/। আহৰণ কৰা হৈছে: 2015-10-10. 
  2. "আৰ্কাইভ কপি". Archived from the original on 2015-03-17. https://web.archive.org/web/20150317143734/http://amalgamatedplantations.co.in/plantations/assam-estates/kakajan-tea-estate/। আহৰণ কৰা হৈছে: 2015-10-10. 
  3. "আৰ্কাইভ কপি". Archived from the original on 2015-03-17. https://web.archive.org/web/20150317143734/http://amalgamatedplantations.co.in/plantations/assam-estates/kakajan-tea-estate/। আহৰণ কৰা হৈছে: 2015-10-10.