কাঠ আলু

এবিধ লতাজাতীয় বহুবৰ্ষী উদ্ভিদ



কাঠ আলু (বৈজ্ঞানিক নাম Dioscorea bulbifera) হল ডাইয়োস্কোৰিয়াছী (Dioscoreaceae) পৰিয়ালৰ এবিধ লতাজাতীয় বহুবৰ্ষী উদ্ভিদ। ইয়াক সংস্কৃত ভাষাত ৱৰাহী, মালায়ালামত কাচিল আৰু মাৰাঠীত দুক্কৰ কান্দ বুলিও জনা জায়। কাঠ আলু আফ্ৰিকা, দক্ষিণ এচিয়া (ভাৰত, চিনদেশ, জাপান, ফিলিপাইন্চ, ইন্দোনেচিয়া আদি) আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ অঞ্চল আদিত স্থানীয়ভাৱে পোৱা যায়। তদূপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰভৃত্তি অন্যান্য অঞ্চলতো ইয়াৰ খেতি কৰা হয়। [1]

air potato
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Monocots
বৰ্গ: Dioscoreales
পৰিয়াল: Dioscoreaceae
গণ: Dioscorea
প্ৰজাতি: D. bulbifera
বৈজ্ঞানিক নাম
Dioscorea bulbifera
L.
সমাৰ্থক[1]
  • Helmia bulbifera (L.) Kunth
  • Polynome bulbifera (L.) Salisb.
  • Dioscorea sylvestris De Wild.
  • Dioscorea tamifolia Salisb.
  • Dioscorea crispata Roxb.
  • Dioscorea heterophylla Roxb.
  • Dioscorea pulchella Roxb.
  • Dioscorea tenuiflora Schltdl.
  • Dioscorea latifolia Benth.
  • Dioscorea hoffa Cordem.
  • Dioscorea hofika Jum. & H.Perrier
  • Dioscorea anthropophagorum A.Chev.
  • Dioscorea longipetiolata Baudon
  • Dioscorea rogersii Prain & Burkill
  • Dioscorea korrorensis R.Knuth
  • Dioscorea perrieri R.Knuth

তথ্য সংগ্ৰহ সম্পাদনা কৰক