কানু গান্ধী
ভাৰতীয় বিজ্ঞানী
কানু গান্ধী (১৯২৮[1] – ৭ নৱেম্বৰ ২০১৬) আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ মহাত্মা গান্ধীৰ তৃতীয় সন্তান ৰামদাস গান্ধীৰ পুতেক আছিল, অৰ্থাৎ মহাত্মা গান্ধীৰ পো নাতি।
কানু গান্ধী | |
---|---|
জন্ম | ১৯২৮ |
মৃত্যু | ৭ নৱেম্বৰ ২০১৬ চুৰত, গুজৰাট, ভাৰত |
শিক্ষানুষ্ঠান | MIT |
আত্মীয়-স্বজন | মহাত্মা গান্ধী, গান্ধী পৰিয়াল |
জীৱন পৰিক্ৰমা
সম্পাদনা কৰকতেওঁ 'মেছেচ্যুছেট্ছ ইনষ্টিটিউট অফ টেকন'লজী'ত অধ্যয়ন কৰি ১৯৬৩ চনত চিভিল ইঞ্জিনিয়াৰিং ত স্নাতক ডিগ্ৰী লাভ কৰে।[2] পিছত তেওঁ বিমান ডিজাইনৰ ওপৰত নাছা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ বাবে কাম কৰিছিল। তেওঁৰ পত্নী শিৱলক্ষ্মী বষ্টন 'বায়'মেডিকেল ৰিচাৰ্ছ ইনষ্টিটিউট'ৰ অধ্যাপিকা আৰু গৱেষক আছিল। তেওঁলোকৰ কোনো সন্তান নাছিল। ২০১৪ চনত তেওঁলোক ভাৰতলৈ ঘূৰি আহে। ২০১৬ চনৰ ৮ নৱেম্বৰ তাৰিখে চূৰটৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।[3][4]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "A Rare Glimpse Into Four Generations Of Mahatma Gandhi Family - MERE PIX". www.merepix.com. http://www.merepix.com/2013/03/mohandas-karamchand-mahatma-gandhi-family.html। আহৰণ কৰা হৈছে: 13 February 2017.
- ↑ "Supporting Gandhi and going to MIT were part of building India - Times of India". The Times of India. http://timesofindia.indiatimes.com/city/rajkot/Supporting-Gandhi-and-going-to-MIT-were-part-of-building-India/articleshow/7231769.cms। আহৰণ কৰা হৈছে: 13 February 2017.
- ↑ "Mahatma Gandhi's Grandson Kanu Gandhi Dies At 87". NDTV.com. http://www.ndtv.com/india-news/mahatma-gandhis-grandson-kanubhai-gandhi-dead-1622501। আহৰণ কৰা হৈছে: 13 February 2017.
- ↑ "Mahatma’s grandson Kanu Gandhi passes away". 8 November 2016. http://www.thehindu.com/news/national/mahatmas-grandson-kanu-gandhi-passes-away/article9316187.ece। আহৰণ কৰা হৈছে: 8 November 2016.