কামলে জিলা বা খেলমে জিলা উত্তৰ-পূব ভাৰতঅৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷[2] এই জিলাৰ সদৰ ঠাই ৰাগা (Raga)৷[1] ২০১৭ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্যা ২২,২৫৬ জন৷

কামলে জিলা
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
স্থাপিত ১৫ ডিচেম্বৰ ২০১৭ (2017-12-15)
সদৰ ৰাগা
চৰকাৰ
 • লোকসভা সমষ্টি অৰুণাচল পশ্চিম
জনসংখ্যা
 (2017)[1]
 • মুঠ 22,256

২০১৩ ডিচেম্বৰৰ পৰাই ই জিলাৰ গঠনৰ বাবে দাবী উত্থাপন হৈ আহিছিল৷[3][4] ২০১৭ চনৰ ১৫ ডিচেম্বৰত জিলাখনৰ প্ৰতিষ্ঠাপন কৰা হয়।[5]

ভৌগোলিক অৱস্থান

সম্পাদনা কৰক

কামলে জিলাখন নামনি সোৱণশিৰি জিলা আৰু উজনি সোৱণশিৰি জিলাৰ একাংশ লৈ গঠন কৰা হৈছে৷[6] [7]

তথ্যসূত্ৰ

সম্পাদনা কৰক