কামলে জিলা বা খেলমে জিলা উত্তৰ-পূব ভাৰতঅৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷[2] এই জিলাৰ সদৰ ঠাই ৰাগা (Raga)৷[1] ২০১৭ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্যা ২২,২৫৬ জন৷

কামলে জিলা
—  অৰুণাচল প্ৰদেশৰ জিলা  —
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
স্থাপিত ১৫ ডিচেম্বৰ ২০১৭ (2017-12-15)
সদৰ ৰাগা
চৰকাৰ
 - লোকসভা সমষ্টি অৰুণাচল পশ্চিম
জনসংখ্যা (২০১৭)[1]
 - মুঠ ২২,২৫৬ জন
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)

ইতিহাস সম্পাদনা কৰক

২০১৩ ডিচেম্বৰৰ পৰাই ই জিলাৰ গঠনৰ বাবে দাবী উত্থাপন হৈ আহিছিল৷[3][4] ২০১৭ চনৰ ১৫ ডিচেম্বৰত জিলাখনৰ প্ৰতিষ্ঠাপন কৰা হয়।[5]

ভৌগোলিক অৱস্থান সম্পাদনা কৰক

কামলে জিলাখন নামনি সোৱণশিৰি জিলা আৰু উজনি সোৱণশিৰি জিলাৰ একাংশ লৈ গঠন কৰা হৈছে৷[6] [7]

তথ্যসূত্ৰ সম্পাদনা কৰক