অৰুণাচল পশ্চিম (লোকসভা সমষ্টি)
অৰুণাচল পশ্চিম লোকসভা সমষ্টি (ইংৰাজী: Arunachal West Lok Sabha constituency) হৈছে অৰুণাচল প্ৰদেশৰ দুটা লোকসভা সমষ্টিৰ মাজৰ এটা। এই সমষ্টিটোৰ ভিতৰত টাৱাং, পশ্চিম কামেং, পূব কামেং, পাপুমপাৰে, নামনি সোৱণশিৰি, কুৰুং কুমেই, উজনি সোৱণশিৰি আৰু পশ্চিম ছিয়াং জিলাক সামৰি লোৱা হৈছে।[1]
বিধানসভা সমষ্টিসমূহ
সম্পাদনা কৰকবৰ্তমানৰ অৰুণাচল পশ্চিম লোকসভা সমষ্টিটো ৩৩টা বিধানসভা সমষ্টিৰ দ্বাৰা গঠিত হৈছে। সেই বিধানসভা সমষ্টিসমূহৰ নাম হৈছে:
- লুমলা বিধানসভা সমষ্টি (Lumla)
- টাৱাঙ বিধানসভা সমষ্টি (Tawang)
- মুক্ত বিধানসভা সমষ্টি (Tawang)
- ডিৰাং বিধানসভা সমষ্টি (Dirang)
- কলকটাং বিধানসভা সমষ্টি (Kalaktang)
- থ্ৰিজিন’বুঢ়াগাঁও- বিধানসভা সমষ্টি (Thrizino-Buragaon)
- ব’মডিলা বিধানসভা সমষ্টি (ইংৰাজী: Bomdila)
- বামেং বিধানসভা সমষ্টি (Bameng)
- চায়াংটাজু বিধানসভা সমষ্টি (Chayangtajo)
- চেপ্পা পূব বিধানসভা সমষ্টি (Seppa East)
- চেপ্পা পশ্চিম বিধানসভা সমষ্টি (Seppa West)
- পক্বে-কাচং বিধানসভা সমষ্টি (Pakke-Kasang)
- ইটানগৰ বিধানসভা সমষ্টি (ইংৰাজী: Itanagar)
- দৈমুখ বিধানসভা সমষ্টি (Doimukh)
- ছাগালী বিধানসভা সমষ্টি (Sagalee)
- য়াছুলি বিধানসভা সমষ্টি (Yachuli)
- জিৰ’-হাপ’লি বিধানসভা সমষ্টি (Ziro-Hapoli)
- পালিন বিধানসভা সমষ্টি (ইংৰাজী: Palin)
- ন্যাপিন বিধানসভা সমষ্টি (Nyapin)
- তালি বিধানসভা সমষ্টি (Tali)
- ক’ল’ৰিয়াঙ বিধানসভা সমষ্টি (Koloriang)
- নাছ’ বিধানসভা সমষ্টি (Nacho)
- তালিহা বিধানসভা সমষ্টি (Taliha)
- দাপ’ৰিজ’ বিধানসভা সমষ্টি (Daporijo)
- ৰাগা বিধানসভা সমষ্টি (Raga)
- দাম্প’ৰিজ’ বিধানসভা সমষ্টি (Damporijo)
- লিৰ’ম’বা বিধানসভা সমষ্টি (Liromoba)
- লিকাবালি বিধানসভা সমষ্টি (Likabali)
- বাছাৰ বিধানসভা সমষ্টি (Basar)
- আলং পশ্চিম বিধানসভা সমষ্টি (Along West)
- আলং পূব বিধানসভা সমষ্টি (Along East)
- ৰুমগং বিধানসভা সমষ্টি (Rumgong)
- মেছুকা বিধানসভা সমষ্টি (Mechuka)[1]
লোকসভাৰ সদস্যসকল
সম্পাদনা কৰকলোকসভা | কাৰ্যকাল | সাংসদ | ৰাজনৈতিক দল |
---|---|---|---|
ষষ্ঠ | ১৯৭৭-৮০ | Rinching Khandu Khrime | ভাৰতীয় জাতীয় কংগ্ৰেছ (পাছত জনতা পাৰ্টী) |
সপ্তম | ১৯৮০-৮৪ | Prem Khandu Thungan | ভাৰতীয় জাতীয় কংগ্ৰেছ (ই) |
অষ্টম | ১৯৮৪-৮৯ | Prem Khandu Thungan | ভাৰতীয় জাতীয় কংগ্ৰেছ |
নৱম | ১৯৮৯-৯১ | Prem Khandu Thungan | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দশম | ১৯৯১-৯৬ | Prem Khandu Thungan | ভাৰতীয় জাতীয় কংগ্ৰেছ |
একাদশ | ১৯৯৬-৯৮ | Tomo Riba | নিৰ্দলীয় |
দ্বাদশ | ১৯৯৮-৯৯ | Omak Apang | অৰুণাচল কংগ্ৰেছ |
ত্ৰয়োদশ | ১৯৯৯-২০০৪ | Jarbom Gamlin | ভাৰতীয় জাতীয় কংগ্ৰেছ |
চতুৰ্দশ | ২০০৪-০৯ | কিৰেণ ৰিজিজু | ভাৰতীয় জনতা পাৰ্টী |
পঞ্চদশ | ২০০৯-১৪ | Takam Sanjoy | ভাৰতীয় জাতীয় কংগ্ৰেছ |
ষোড়শ | ২০১৪-১৯ | কিৰেণ ৰিজিজু | ভাৰতীয় জনতা পাৰ্টী |
সপ্তদশ | ২০১৯-বৰ্তমান | কিৰেণ ৰিজিজু | ভাৰতীয় জনতা পাৰ্টী |
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011.