কামৰূপী লোকগীত কামৰূপক কেন্দ্ৰ কৰি অসমত যিবোৰ লোক-সংগীত প্ৰচলিত হৈছে বা চৰ্চা চলিছে সেইবোৰ লোকগীতকে মূলতঃ কামৰূপীয়া লোক-গীতৰ আধাৰত ধৰা হয়৷[উদ্ধৃতিৰ প্ৰয়োজন] তাৰে ভিতৰত ধৰ্মীয় দিশ আৰু সাধাৰণ গ্ৰাম্য জনগণৰ স্বাভাৱিক জীৱনতো প্ৰকাশ পোৱাকৈ কিছুমান বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে।

তথ্যসূত্ৰ সম্পাদনা কৰক