কাৰ্ল গুষ্টাভ য়ুং (ইংৰাজী: Carl Gustav Jung) আছিল এজন ছুইচ মনোচিকিৎসক আৰু মনোবিশ্লেষক। তেওঁ বিশ্লেষণাত্মক মনোবিজ্ঞানৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ কৰ্মৰাজীয়ে মনোচিকিৎসা, নৃতত্ব, সাহিত্য, দৰ্শন আৰু ধৰ্মীয় অধ্যয়নৰ ক্ষেত্ৰখনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। যুঙে এজন গৱেষক বিজ্ঞানী হিচাপে কাম কৰি থকা অৱস্থাতে মনোবিশ্লষণৰ প্ৰতিষ্ঠাতা চিগ্‌মণ্ড ফ্ৰয়েডৰ সংস্পৰ্শলৈ আহে। তেওঁলোক দুয়োজনে একেলগে বহুবছৰ ধৰি কাম কৰাৰ উপৰিও মনোবিজ্ঞানৰ ক্ষেত্ৰখনলৈ বিভিন্ন অৱদান আগবঢ়ায়।

কাৰ্ল গুষ্টাভ য়ুং

জন্ম কাৰ্ল গুষ্টাভ য়ুং
২৬ জুলাই, ১৮৭৫
Kesswil, Thurgau, Switzerland
মৃত্যু ৬ জুন, ১৯৬১ (৮৫ বছৰ)
Küsnacht, Zürich, Switzerland
ক্ষেত্ৰ
কৰ্মস্থান Burghölzli, Swiss Army (commissioned officer in World War I)
শিক্ষানুষ্ঠান University of Basel
ডক্তৰেল পৰামৰ্শদাতা Eugen Bleuler
জনা যায়
প্ৰভাৱ
প্ৰভাৱান্বিত কৰিছে
উল্লেখনীয় বঁটা honorary doctorates from Clark University, Fordham University, Harvard University, University of Allahabad, University of Benares, University of Calcutta, University of Oxford, University of Geneva, Swiss Federal Institute of Technology in Zurich, Honorary Member of the Royal Society of Medicine
দাম্পত্যসঙ্গী Emma Jung
স্বাক্ষৰ

চিন্তাৰাজি সম্পাদনা কৰক

প্ৰাথমিক পৰ্যায়ত য়ুঙৰ চিন্তাৰাজি গঠিত হৈছিল পৰিয়়ালৰ প্ৰভাৱত। তেওঁৰ মাক এগৰাকী ধৰ্মপৰায়ণা মহিলা আছিল। তেওঁৰ ধৰ্মৰ ওপৰত যথেষ্ট অধ্যয়ন আছিল। আনহাতে তেওঁৰ ককাদেউতাক এগৰাকী চিকিৎসক আৰু বিজ্ঞানী আছিল। যদিও তেওঁ এজন লেখক আৰু চিকিৎসক আছিল তেওঁ বিশ্লেষণাত্মক মনোবিজ্ঞানৰ প্ৰতিষ্ঠা কৰিছিল আৰু গোটেই জীৱন ব্যয় কৰিছিল পদাৰ্থবিজ্ঞান, প্ৰাচ্য আৰু পাশ্চাত্য দৰ্শন,ৰসায়ন,জ্যোতিৰ্বিজ্ঞান,সমাজবিজ্ঞান আৰু কলা-সাহিত্যৰ অধ্যয়নত।

মুখ্য ধাৰণাসমূহ সম্পাদনা কৰক

য়ুঙে আগবঢ়োৱা বিশ্লেষণাত্মক মনোবিজ্ঞানৰ মুখ্য ধাৰণাসমূহ তলত আগবঢ়োৱা হʼল।

আৰ্কিটাইপ- সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 Polly Young-Eisendrath. The Cambridge Companion To Jung. Cambridge University, 2010. পৃষ্ঠা. 24–30. 
  2. McBride, Jason (25 January 2017). "The Pronoun Warrior". Toronto Life. https://torontolife.com/city/u-t-professor-sparked-vicious-battle-gender-neutral-pronouns/. 
  3. Eileen Rizo-Patron, Edward S. Casey, Jason M. Wirth (eds.), Adventures in Phenomenology: Gaston Bachelard, SUNY Press, 2017, p. 123 n. 11.