কীৰ্তিনাথ হাজৰিকা
কীৰ্তিনাথ হাজৰিকা (ইংৰাজী: Kirtinath Hazarika) (১৯২২-২০০২) সাহিত্যিক কীৰ্তিনাথ হাজৰিকাৰ জন্ম হয় গোলাঘাট জিলাত। তেওঁ ১৯৬৫ চনৰ পৰা দীৰ্ঘদিনৰ বাবে দৈনিক অসম বাতৰি কাকতৰ সম্পাদক হৈ আছিল আৰু দৈনিক অসমীয়া কাকতৰ উপ-সম্পাদক, নতুন অসমীয়া কাকতৰ সম্পাদক পদত কাৰ্যনিবাহ কৰিছিল। তেওঁ ৰামধেনুৰ লগতো জড়িত আছিল। তেওঁ ১৯৮৮ চনত অসম সাহিত্য সভাৰ হাইলাকান্দি অনুষ্ঠিত হোৱা ৫৪ তম অধিৱেশনৰ সভাপতিত্ব কৰিছিল।[1] কীৰ্তিনাথ হাজৰিকাৰ ২০০২ চনৰ ৩ মে তাৰিখে দেহৱসান ঘটে।
কীৰ্তিনাথ হাজৰিকা | |
---|---|
জন্ম | ২২ আগষ্ট, ১৯২২ গোলাঘাট, অসম |
মৃত্যু | ৩ মে, ২০০২ |
পেচা | সাংবাদিক, গল্পকাৰ, প্ৰবন্ধকাৰ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
সাহিত্যিক অৱদান
সম্পাদনা কৰকঅনুবাদ গ্ৰন্থ
সম্পাদনা কৰক- এহেজাৰ এনিশাৰ সাধু,
- দাপোণৰ দেশত এলিচ,
- ৰামধেনু,
- নৈখনে কথা কোৱাৰ দিছা,
- মতিলাল ঘোষ,
- গৌতম বুদ্ধ,
- কিতাপৰ বিচিত্ৰ পৃথিৱী,
- মনৰ কথা।
শিশু সাহিত্য
সম্পাদনা কৰক- ফুটুকাৰ ফেন,
- অলৌগুটি টলৌগুটি,
- হুঁচৰিয়ে হাওঁ।
অন্যান্য গ্ৰন্থ
সম্পাদনা কৰক- নাৰদৰ ডায়েৰী,
- বিকৰ্ষণ আকৰ্ষণ,
- অসমীয়া সাংবাদিকতা,
- অসম আৰু নেতৃত্ব।
পুৰস্কাৰ প্ৰাপ্ত বঁটা আৰু সন্মান
সম্পাদনা কৰক- বি ডি গোৱেঙ্কা বঁটা, (১৯৮৬)
- দুৰ্গাৰতন বঁটা, (১৯৮৭)
- শ্ৰীমন্ত শংকৰদেৱ বঁটা, (১৯৮৮)
- সাহিত্যিক পেঞ্চন,(১৯৮৭)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃষ্ঠা. ১৫৭.