কীৰ্তিনাথ হাজৰিকা (ইংৰাজী: Kirtinath Hazarika) (১৯২২-২০০২) সাহিত্যিক কীৰ্তিনাথ হাজৰিকাৰ জন্ম হয় গোলাঘাট জিলাত। তেওঁ ১৯৬৫ চনৰ পৰা দীৰ্ঘদিনৰ বাবে দৈনিক অসম বাতৰি কাকতৰ সম্পাদক হৈ আছিল আৰু দৈনিক অসমীয়া কাকতৰ উপ-সম্পাদক, নতুন অসমীয়া কাকতৰ সম্পাদক পদত কাৰ্যনিবাহ কৰিছিল। তেওঁ ৰামধেনুৰ লগতো জড়িত আছিল। তেওঁ ১৯৮৮ চনত অসম সাহিত্য সভাৰ হাইলাকান্দি অনুষ্ঠিত হোৱা ৫৪ তম অধিৱেশনৰ সভাপতিত্ব কৰিছিল।[1] কীৰ্তিনাথ হাজৰিকাৰ ২০০২ চনৰ ৩ মে তাৰিখে দেহৱসান ঘটে।

কীৰ্তিনাথ হাজৰিকা
জন্ম ২২ আগষ্ট, ১৯২২
গোলাঘাট, অসম
মৃত্যু ৩ মে, ২০০২
পেচা সাংবাদিক, গল্পকাৰ, প্ৰবন্ধকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

সাহিত্যিক অৱদান সম্পাদনা কৰক

অনুবাদ গ্ৰন্থ সম্পাদনা কৰক

  1. এহেজাৰ এনিশাৰ সাধু,
  2. দাপোণৰ দেশত এলিচ,
  3. ৰামধেনু,
  4. নৈখনে কথা কোৱাৰ দিছা,
  5. মতিলাল ঘোষ,
  6. গৌতম বুদ্ধ,
  7. কিতাপৰ বিচিত্ৰ পৃথিৱী,
  8. মনৰ কথা।

শিশু সাহিত্য সম্পাদনা কৰক

  1. ফুটুকাৰ ফেন,
  2. অলৌগুটি টলৌগুটি,
  3. হুঁচৰিয়ে হাওঁ।

অন্যান্য গ্ৰন্থ সম্পাদনা কৰক

  1. নাৰদৰ ডায়েৰী,
  2. বিকৰ্ষণ আকৰ্ষণ,
  3. অসমীয়া সাংবাদিকতা,
  4. অসম আৰু নেতৃত্ব।

পুৰস্কাৰ প্ৰাপ্ত বঁটা আৰু সন্মান সম্পাদনা কৰক

  1. বি ডি গোৱেঙ্কা বঁটা, (১৯৮৬)
  2. দুৰ্গাৰতন বঁটা, (১৯৮৭)
  3. শ্ৰীমন্ত শংকৰদেৱ বঁটা, (১৯৮৮)
  4. সাহিত্যিক পেঞ্চন,(১৯৮৭)

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃষ্ঠা. ১৫৭.