কুকুৰা যুঁজ

ভাৰতীয় খেল

কুকুৰা যুঁজ (ইংৰাজী: Cockfight) অসমৰ এক পৰম্পৰাগত খেল। অসমৰ বহু অঞ্চলত কুকুৰা যুঁজৰ ব্যাপক জনপ্ৰিয়তা দেখা যায়। বিশেষকৈ মাঘ বিহুৰ সময়ত এই খেল অসমৰ বহু ঠাইত সামূহিকভাৱে অনুষ্ঠিত কৰা হৈছিল। এই খেলত প্ৰত্যেকেই নিজৰ কুকুৰাক প্ৰশিক্ষণ দি অন্য কুকুৰাৰ সৈতে যুঁজিবলৈ দিয়ে। কোনো কোনো ঠাইত কুকুৰাৰ ভৰিত বিন্ধা যুক্ত কাইট লগাই দিয়ে যাতে আক্ৰমণ কৰিলে প্ৰতিদ্বন্দ্বী কুকুৰাটো আঘাতপ্ৰাপ্ত হয়।[1][2]

ভাৰততামিলনাডুত কুকুৰা যুঁজ

২০১৪ চনত এটা ৰায়ৰ জৰিয়তে ভাৰতৰ উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰা সকলো ধৰণৰ জীৱ-জন্তুৰ যুঁজ নিষিদ্ধ কৰে। ইয়াৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ কুকুৰা যুঁজ বন্ধ কৰাৰো নিৰ্দেশ দিয়ে।[3]

 
পালনাডু যুদ্ধৰ সময়ত কুকুৰা যুঁজ দেখুওৱা ভাস্কৰ্য

এই খেলত প্ৰত্যেকেই নিজৰ কুকুৰাক প্ৰশিক্ষণ দি অন্য কুকুৰাৰ সৈতে যুঁজিবলৈ দিয়ে। কোনো কোনো ঠাইত কুকুৰাৰ ভৰিত বিন্ধা যুক্ত কাইট লগাই দিয়ে যাতে আক্ৰমণ কৰিলে প্ৰতিদ্বন্দ্বী কুকুৰাটো আঘাতপ্ৰাপ্ত হয়। এনে যুঁজত হৰা কুকুৰাটো প্ৰায়ে মৃত্যুমুখত পৰে।[4]

কুকুৰা যুঁজৰ ইতিহাস প্ৰাচীন। সিন্ধু সভ্যতাৰ সময়তো আমোদ-প্ৰমোদৰ বাবে এই যুঁজ অনুষ্ঠিত কৰাৰ প্ৰমাণ পোৱা গৈছে। প্ৰাচীন ভাৰতত ১১৭৮ চনত অন্ধ্ৰপ্ৰদেশত সংঘটিত হোৱা পালনাডু যুদ্ধ (Battle of Palnadu)-ৰ পৰিণাম কুকুৰা যুঁজেৰে নিৰ্ণয় কৰাৰ তথ্য পোৱা যায়।[5][6][7]

নিষিদ্ধকৰণ

সম্পাদনা কৰক

২০১৪ চনত এটা ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰা সকলো ধৰণৰ জীৱ-জন্তুৰ যুঁজ নিষিদ্ধ কৰে। ইয়াৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ কুকুৰা যুঁজ বন্ধ কৰাৰো নিৰ্দেশ দিয়ে।[8]

লগতে চাওক

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Slater, Joanna (5 February 2019). "Inside India’s illegal ‘Super Bowl’ of cockfighting, where the roosters wear razors" (en ভাষাত). The Washington Post. https://www.washingtonpost.com/world/asia_pacific/the-roosters-wear-razors-inside-indias-super-bowl-of-cockfighting/2019/02/04/63476888-1e60-11e9-a759-2b8541bbbe20_story.html। আহৰণ কৰা হৈছে: 2020-08-22. 
  2. Srinivas, Rajulapudi (2020-01-12). "Despite ban, stage being set for cockfighting in Andhra Pradesh" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/andhra-pradesh/fowl-play/article30546425.ece. 
  3. "ম’হ যুঁজ আৰু বুলবুলি যুঁজৰ দৰে কুকুৰা যুঁজো নিষিদ্ধ কৰিলে উচ্চ ন্যায়ালয়ে". এন ই নাও নিউজ. ২৩ ফেব্ৰুৱাৰী ২০১৮. https://assam.nenow.in/%e0%a6%ae%e0%a6%b9-%e0%a6%af%e0%a7%81%e0%a6%81%e0%a6%9c-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%ac%e0%a7%81%e0%a6%b2%e0%a6%ac%e0%a7%81%e0%a6%b2%e0%a6%bf-%e0%a6%af%e0%a7%81%e0%a6%81%e0%a6%9c%e0%a7%b0/। আহৰণ কৰা হৈছে: ১৫ এপ্ৰিল ২০২১. 
  4. Bommakanti, Ujwal. "Cockfights continue across Andhra Pradesh despite court ban | Vijayawada News – Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/vijayawada/cockfight-arenas-spring-up-lakhs-trade-hands-as-organisers-flout-ban/articleshow/73257193.cms। আহৰণ কৰা হৈছে: 2020-08-22. 
  5. Sherman, David M. (2002). Tending Animals in the Global Village. Blackwell Publishing. 46. আই.এচ.বি.এন. 0-683-18051-7.
  6. Iravatham Mahadevan. "'Address' Signs of the Indus Script" (PDF). Presented at the World Classical Tamil Conference 2010. 23–27 June 2010. The Hindu.
  7. [1] Poultry Breeding and Genetics By R. D. Crawford – Elsevier Health Sciences, 1990, page 10
  8. Esha Mitra. "Man dies after rooster attack on way to cockfight". CNN. https://www.cnn.com/2020/01/22/india/rooster-cockfight-death-intl-hnk-scli/index.html। আহৰণ কৰা হৈছে: 2020-08-22.