কুছ তো লোগ কহেংগে
কুছ তো লোগ কহেংগে (হিন্দী: कुछ तो लोग कहेंगे) হ'ল চ'নী টিভিত দিয়া হিন্দী ভাষাৰ এখন ভাৰতীয় ধাৰাবাহিক। পাকিস্তানৰ "ধূপ-কিনাৰে" নামৰ এখন ধাৰাবাহিকৰ পুনৰ নিৰ্মাণ হৈছে এই কুছ তো লোগ কহেংগে ধাৰাবাহিক। কুছ তো লোগ কহেংগে নিৰ্মাণ হৈছে ১৮ বছৰ বয়সৰ পাৰ্থক্য থকা দুজন লোকৰ প্ৰেমৰ ওপৰত।
কুছ তো লোগ কহেংগে | |
---|---|
শৈলী | ড্ৰামা |
নিৰ্মাতা | ডাইৰেক্টৰচ কাট প্ৰডাকচন |
পৰিচালক | মানদাৰ দেভাস্থালি |
অভিনয়ত | কৃতিকা কামৰা |
শীৰ্ষ সংগীত | "ছায়া নাইনু কি ভাছা" |
দেশ | ভাৰত |
ভাষা | হিন্দী |
চিজনৰ সংখ্যা | ১ |
খণ্ডৰ সংখ্যা | ১২৫ (২৩ মাৰ্চ, ২০১২) |
প্ৰযোজনা | |
দৈৰ্ঘ্য | ৩০ মিনিট |
সম্প্ৰচাৰ | |
মূল ছেনেল | চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন |
দৃশ্যৰ ফৰমেট | ৫৭৬i (SDTV) |
অভিনয় শিল্পী
সম্পাদনা কৰক- কৃতিকা কামৰা ( ডক্টৰ নিধি বৰ্মা )
- মনিশ ভাল(অক্টোবৰ ৩, ২০১১ - মাৰ্চ ৮, ২০১২) -- শৰড কেলকাৰ (মাৰ্চ ৯, ২০১২ - বৰ্তমান) ( ডক্টৰ আছোটোস )
- কাৰাণ ৱাহি (ৰোহন)
- নিতেশ পাণ্ডে (আৰমান)
- ৰুখাৰ ৰহমান (ডক্টৰ মল্লিকা)
- বিশাল মালহুদ্ৰা (ডক্টৰ ৰংঙ্গনাথ)
- ইশিতা শৰ্মা (অনজি)
- বিজয় কাশ্যাপ (কাৰ্ণেল য়োগৰাজ বৰ্মা)
তথ্য সূত্ৰ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰক- কুছ তো লোগ কহেংগেৰ ৱেবছাইট
- টিভি জগতৰ সৰ্বোচ্চ ৰোমান্টিক কাহিনী Archived 2012-04-22 at the Wayback Machine