কুছ তো লোগ কহেংগে (হিন্দী: कुछ तो लोग कहेंगे) হ'ল চ'নী টিভিত দিয়া হিন্দী ভাষাৰ এখন ভাৰতীয় ধাৰাবাহিক। পাকিস্তানৰ "ধূপ-কিনাৰে" নামৰ এখন ধাৰাবাহিকৰ পুনৰ নিৰ্মাণ হৈছে এই কুছ তো লোগ কহেংগে ধাৰাবাহিক। কুছ তো লোগ কহেংগে নিৰ্মাণ হৈছে ১৮ বছৰ বয়সৰ পাৰ্থক্য থকা দুজন লোকৰ প্ৰেমৰ ওপৰত।

কুছ তো লোগ কহেংগে
শৈলী ড্ৰামা
নিৰ্মাতা ডাইৰেক্টৰচ কাট প্ৰডাকচন
পৰিচালক মানদাৰ দেভাস্থালি
অভিনয়ত কৃতিকা কামৰা
শীৰ্ষ সংগীত "ছায়া নাইনু কি ভাছা"
দেশ ভাৰত
ভাষা হিন্দী
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা ১২৫ (২৩ মাৰ্চ, ২০১২)
প্ৰযোজনা
দৈৰ্ঘ্য ৩০ মিনিট
সম্প্ৰচাৰ
মূল ছেনেল চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন
দৃশ্যৰ ফৰমেট ৫৭৬i (SDTV)

অভিনয় শিল্পী সম্পাদনা কৰক

তথ্য সূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক