কুতুব আহমেদ মজুমদাৰ (প্ৰায় ১৯৩৯ – ২৭ নবেম্বৰ ২০১৯) অসমৰ এজন শিক্ষক আৰু ৰাজনীতিবিদ আছিল। তেঁও ছোনাই বিধানসভা সমষ্টিৰ বিধায়ক আছিল।

কুতুব আহমেদ মজুমদাৰ
অসম বিধানসভা
কাৰ্যকাল
২০০৬ – ২০১১
পূৰ্বসূৰী আনোয়াৰ হোছেন লস্কৰ
উত্তৰসূৰী আনামুল হক
সমষ্টি ছোনাই
ব্যক্তিগত তথ্য
জন্ম প্ৰায় ১৯৩৯
মৃত্যু ২৭ নবেম্বৰ ২০১৯ (বয়স ৮০)
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
পেচা শিক্ষক, ৰাজনীতিবিদ

জীবনী সম্পাদনা কৰক

কুতুব আহমেদ মজুমদাৰ মনিপুৰি মুছলিম আছিল।[1][2] তেঁও ১৯৬১ চনত গুৰুচৰ কলেজ হৈতে স্নাতক ডিগ্ৰি লাভ কৰিছিল।[3] ২০০৬ সনত তেঁও ছোনাই বিধানসভা সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।[4][5][6] ২০১৯ চনৰ ২৭ নবেম্বৰ ৮০ বয়সত তেখেতৰ মৃত্যু হৈছিল।[7]

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. "Gogoi assures economic package for Manipuris". The Assam Tribune. 2 April 2010. http://www.assamtribune.com/scripts/mdetails.asp?id=apr0210/oth05। আহৰণ কৰা হৈছে: 28 November 2019. [সংযোগবিহীন উৎস]
  2. "Manipuri Muslim organisation condemns atrocities on Rohingyas". The Sentinel. 20 September 2017. https://www.sentinelassam.com/news/manipuri-muslim-organisation-condemns-atrocities-on-rohingyas/। আহৰণ কৰা হৈছে: 28 November 2019. 
  3. "KUTUB AHMED MAZUMDER". www.myneta.info. http://myneta.info/ls2014/candidate.php?candidate_id=2261। আহৰণ কৰা হৈছে: 28 November 2019. 
  4. "Assam Assembly Election Results in 2006". www.elections.in. http://www.elections.in/assam/assembly-constituencies/2006-election-results.html। আহৰণ কৰা হৈছে: 6 August 2019. 
  5. "List of Winners in Assam 2006". www.myneta.info. http://myneta.info/assam2006/index.php?action=show_winners&sort=default। আহৰণ কৰা হৈছে: 6 August 2019. 
  6. "Assam Legislative Assembly - Members 2006-2011". Assam Legislative Assembly. http://assamassembly.gov.in/mla-2006-11.html। আহৰণ কৰা হৈছে: 28 November 2019. 
  7. "Ex-Cong MLA Kutub Ahmed Mazumder dead". The Assam Tribune. 28 November 2019. Archived from the original on 29 November 2019. https://web.archive.org/web/20191129165406/http://www.assamtribune.com/scripts/detailsnew.asp?id=nov2819%2Fstate053। আহৰণ কৰা হৈছে: 28 November 2019.