কেনোপনিষদ চাৰিটা খণ্ডত সম্পূৰ্ণ এখন উপনিষদ। এই উপনিষদত প্ৰধানকৈ ব্ৰহ্মাৰ স্বৰূপ নিৰ্ণয় কৰা হৈছে। শাস্ত্ৰীয় দিশৰ পৰা এইখন উপনিষদৰ গুৰুত্ব অসীম বুলি গণ্য কৰা হয়।

দেৱনাগৰী লিপিত ৰচিত সামবেদত সন্নিৱিষ্ট কেনোপনিষদৰ একাংশ


গ্ৰন্থপঞ্জীসম্পাদনা কৰক

  1. ভাৰত-কোষ, হৰিনাথ শৰ্মা দলৈ
  2. অসমীয়া সংস্কৃতিৰ সম্ভাৰ, মৃগেন শৰ্মা

তথ্য সংগ্ৰহসম্পাদনা কৰক