মূল মেনু খোলক

ক্ষুদ্ৰান্ত্ৰ (ইংৰাজীSmall intestine) হৈছে পৌষ্টিকনলীৰ এটা অংশ। ই পাকস্থলী আৰু বৃহদান্ত্ৰৰ মাজত থাকে। খাদ্যৰ সৰ্বাধিক পাচন আৰু অৱশোষণ ইয়াতেই সংঘটিত হয়। ক্ষুদ্ৰান্ত্ৰৰ তিনিটা প্ৰধান ভাগ আছে – ডুৱডেনাম, জেজুনাম, আৰু ইলিয়াম। অগ্নাশয়ৰ পাকস্থলী ৰস আৰু অগ্নাশয় ৰস অগ্নাশয় নলী জৰিয়তে ইয়াত প্ৰৱেশ কৰে। খাদ্যৰ পৰা পোষক দ্ৰব্য আৰু খনিজ লৱনৰ শোষণ কৰাই ক্ষুদ্ৰান্ত্ৰৰ প্ৰাথমিক কাৰ্য।[2]

ক্ষুদ্ৰান্ত্ৰ
Blausen 0817 SmallIntestine Anatomy.png
ক্ষুদ্ৰান্ত্ৰ আৰু ইয়াৰ চাৰিওকাষৰ অংগবোৰৰ চিত্ৰ।
লেটিন Intestinum tenue
Gray's subject #248 1168
সিৰা Superior mesenteric artery
ধমনী Hepatic portal vein
স্নায়ু Celiac ganglia, vagus[1]
লসিকা Intestinal lymph trunk
MeSH Small+intestine
Dorlands/Elsevier Small intestine

কেচু আদি অমেৰুদণ্ডীৰ ক্ষেত্ৰত প্ৰায়ে সমষ্ট পৌষ্টিকনলীক বৰ্ণনা কৰিবলৈ কেৱল বৃহদান্ত্ৰ শব্দটো ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Nosek, Thomas M.. Essentials of Human Physiology. Section 6/6ch2/s6ch2_30 
  2. http://www.britannica.com/EBchecked/topic/275485/human-body