কৰতল কমল কমল দল নয়ন

শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম কবিতা
(কৰতল কমলৰ পৰা পুনঃনিৰ্দেশিত)

কৰতল কমল কমল দল নয়ন হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত এটি ভক্তি বিষয়ক কবিতা[1] বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰে অ-আ ক-খ শিকিয়েই এই কবিতাটো ৰচনা কৰি সকলোকে অভিভূত কৰে।[2] তেওঁ ১২ বছৰ বয়সতে এই কবিতাটো লিখি উলিয়াইছিল।[3]

কবিতা সম্পাদনা কৰক


কৰতল কমল কমল দল নয়ন।
ভব দব দহন গহন-বন শয়ন॥
নপৰ নপৰ পৰ সতৰত গময়।
সভয় মভয় ভয় মমহৰ সততয়॥
খৰতৰ বৰ শৰ হত দশ বদন।
খগচৰ নগধৰ ফনধৰ শয়ন॥
জগদঘ মপহৰ ভৱ ভয় তৰণ।
পৰ পদ লয় কৰ কমলজ নয়ন॥[1]

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "The Master's first masterpiece". atributetosankaradeva.org. 4/16/2008. http://www.atributetosankaradeva.org/karatala.htm। আহৰণ কৰা হৈছে: January 13, 2013. 
  2. "Sankardeva At the tol". atributetosankaradeva.org. December 24, 2008. http://www.atributetosankaradeva.org/bio2.htm। আহৰণ কৰা হৈছে: January 12, 2013. 
  3. "বৰআতা". xobdo.org. xobdo.org. Archived from the original on March 10, 2016. https://web.archive.org/web/20160310105017/http://xobdo.org/asm/%e0%a6%ac%e0%a7%b0%e0%a6%86%e0%a6%a4%e0%a6%be। আহৰণ কৰা হৈছে: January 13, 2013. 

বাহ্যিক সংযোগ সম্পাদনা কৰক