খৰিকা লতা (বৈজ্ঞানিক নাম: Jasminum coarctatum) হৈছে এবিধ লতা জাতিৰ উদ্ভিদ। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা থোপাকৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দুৰলৈ বিয়পি পৰে। বহাগৰ সময়ত ফুলে।

খৰিকা লতা
খৰিকা লতা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Lamiales
পৰিয়াল: Oleaceae
গণ: Jasminum
বৈজ্ঞানিক নাম
Jasminum coarctatum
Roxb.

তথ্য সংগ্ৰহ সম্পাদনা কৰক