গটফ্ৰিড উইলহেল্ম লেইবনিজ
গটফ্ৰিড উইলহেল্ম লেইবনিজ(Gottfried Wilhelm (Von) Leibniz) গটফ্ৰিড উইলহেল্ম লেইবনিজ হ'ল এজন জাৰ্মান দাৰ্শনিক আৰু গণিতজ্ঞ। [1]
গটফ্ৰিড উইলহেল্ম লেইবনিজ | |
---|---|
জন্ম | ১৬৪৬, ১ জুলাই ছাক্সনি |
জন্ম আৰু বংশ পৰিচয়সম্পাদনা কৰক
১৬৪৬ চনৰ ১ জুলাইত ছাক্সনিৰ লিফজিগত গটফ্ৰিড লেইবনিজৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল ফ্ৰেডৰিক লেইবনিজ আৰু মাকৰ নাম কেথেৰিণা স্কমুক। তেওঁৰ দেউতাক লিপজিগ বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক আছিল। [2]
শিক্ষাসম্পাদনা কৰক
কৰ্মজীৱনসম্পাদনা কৰক
অৱদানসম্পাদনা কৰক
হাইজিনছক গুৰু হিচাপে লৈ লেইবনিজে গণিত আৰু পদাৰ্থবিজ্ঞানৰ এই দুই শাখাত নিজে পঢ়িবলৈ ল'লে আৰু কলন গতিৰ আৱিষ্কাৰৰ দিশতো নিজা কাম-কাছ আৰম্ভ কৰিলে। ১৬৭৩ চনত তেওঁ ইংলেণ্ডলৈ আহে। তাত তেওঁ হেনৰী অল্ডনবাৰ্গ আৰুজন কলিন্সৰ সান্নিধল্যৈ আহ। লংণ্ডণৰ ৰয়েল ছ'চাইটিৰ সন্মুখত তেওঁ নিজেই ডিজাইন কৰি সজা এটি কেলকুলেটিং মেচিন প্ৰদৰ্শন কৰে। মেচিনটোৱে যাোগ, বিয়োগ, পূৰণ আৰু হৰণ - এই আটাইকেইটা প্ৰাথমিক ক্ৰিয়া কৰিবলৈ সক্ষম আছিল। লেইবনিজে কলণ গণিত সম্পৰ্কত গুৰুত্বপূৰ্ণ কাম-কাজ আৰম্ভ কৰিছিল ১৬৭৪ চনত। কল গণিতৰ 'লেইবনিজৰ সূত্ৰ', 'লেইবনিজৰ অনুকূলন সূত্ৰ' আদিও তেৱেঁই উলিয়াইছিল। পাস্কেলৰ কেলকুলেটৰক তেওঁ পূৰণ হৰণ প্ৰক্ৰিয়া কৰিব পৰাকৈ বিকাশ কৰিছিল। ১৬৯৫ চনত তেওঁ পিনহুইল কেলকুলেটৰ নামৰ এক নতুধ প্ৰকাৰৰ কেলকুলেটৰৰ বিষয়ে জানিবলৈ দিছিল আৰু লেইবনিজ হুইল আৱিষ্কাৰ কৰিছিল। [10]
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ,সম্পা: অভিজিত শৰ্মা বৰুৱা,দ্বিতীয় প্ৰকাশ জুলাই ২০১৮ পৃষ্ঠা নং ৩৯

- ↑ বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ,সম্পা: অভিজিত শৰ্মা বৰুৱা,দ্বিতীয় প্ৰকাশ জুলাই ২০১৮ পৃষ্ঠা নং ৪০

- ↑ বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ,সম্পা: অভিজিত শৰ্মা বৰুৱা,দ্বিতীয় প্ৰকাশ জুলাই ২০১৮ পৃষ্ঠা নং ৪৩