গণিত
পৰিমাণ (quantity), গঠন (structure), পৰিবৰ্তন (change) আৰু স্থান (space)-বিষয়ক গৱেষণাকে সাধাৰণতে গণিত বোলা হয়। অন্য কিছুমানৰ মতে গণিত হ'ল "চিত্ৰ (figure) আৰু সংখ্যাৰ (number) গৱেষণা", কিন্তু এইটো হৈছে গণিতৰ অতি সৰল সংজ্ঞা। গণিতৰ দৰ্শনৰ ভিন্ন ভিন্ন দৃষ্টিভঙ্গিৰ মতে গণিতৰ ভিন ভিন সংজ্ঞা দেখা যায়। বিধিগত (formal) দৃষ্টিকোণ মতে গণিত হ'ল যুক্তিবিজ্ঞান (logic) আৰু বিশেষ প্ৰতীক-চিহ্নাদি (notation) ব্যৱহাৰ কৰে স্বতঃসিদ্ধ-ৰূপে সংজ্ঞায়িত বিমূৰ্ত গঠনসমূহৰ (axiomatically defined abstract structures) গৱেষণা, অৰ্থাৎ গণিত হ'ল বিভিন্ন ধৰণৰ বিমূৰ্ত মানসিক খেলা আৰু গণিতৰ কাম হ'ল এই খেলাৰ নিয়মসমূহ আৰু বিভিন্ন খেলাৰ মাজত সম্পৰ্ক স্থাপন কৰা। অন্য এক বাস্তৱতাবাদী (realistic) দৃষ্টিকোণৰ মতে গণিত হ'ল সেই সকলো বস্তু বা ধাৰণাৰ গৱেষণা, আমাৰ যুক্তিনিৰ্মাণ (reasoning) নিৰ্বিশেষে যাৰ স্বাধীন অস্তিত্ব আছে। অৰ্থাৎ গণিত বাস্তব বস্তুৰ গৱেষণা, মানুহৰ মনৰ বিমূৰ্ত সৃষ্টি নহয়, আৰু গণিতজ্ঞসকলৰ কাম হ'ল মূৰ্ত বাস্তবতাৰ পৰা গণিতৰ বিভিন্ন বিমূৰ্ত সূত্ৰ উদ্ঘাটন কৰা। বিজ্ঞানৰ সকলো শাখাতে গণিতৰ ব্যৱহাৰ আছে; গণিতক সেয়ে "বিজ্ঞানৰ ভাষা", "বিশ্বৰ ভাষা" আৰু "সমস্ত বিজ্ঞানৰ ৰাণী" বুলি কোৱা হয়।
গণিতৰ ইতিহাস
সম্পাদনা কৰকইংৰাজী "mathematics" শব্দটো Greek: μάθημα (máthēma "knowledge, study, learning") শব্দৰ পৰা আহিছে যাৰ অৰ্থ "বিজ্ঞান, জ্ঞান, বা শিক্ষণ"; μαθηματικός (মাতেমাতিকোস)-ৰ অৰ্থ "জ্ঞানপিপাসু"। বৰ্তমানে "mathematics" বা গণিত বুলি ক'লে পৰিমাণ, সংগঠন, স্থান আৰু পৰিবৰ্তনৰ গৱেষণাভিত্তিক বিশেষ ধৰণৰ জ্ঞানক বুজাই।
ইতিহাস আৰু গণিতবিশ্ব
সম্পাদনা কৰকএই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
প্ৰাচীন বেবিলনৰ গণিত
সম্পাদনা কৰকএই সভ্যতাৰ স্থলী হ'ল টাইগ্ৰীচ নদীৰ সাৰবাৰ উপত্যাকাত। তেওঁলোকে অংক কৰিছিল সঁচা,কিন্তূ সংখ্যাৰ আ্ৱিস্কাৰ বা ব্যৱহাৰ কৰা নাছিল।
প্ৰাচীন মিছৰীয় গণিত
সম্পাদনা কৰকএই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
গণিতৰ মৌলিক ধাৰণাসমূহ
সম্পাদনা কৰকঅঙ্ক
সম্পাদনা কৰকসংখ্যা (ইংৰাজী: Number): ০,১,২,৩,৪,৫,৬,৭,৮,৯
গণিতৰ প্ৰধান ক্ষেত্ৰসমূহ
সম্পাদনা কৰকএই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
পৰিমাণ
সম্পাদনা কৰকএই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
গণিত হৈছে সকলো ভৌতিক গৱেষণাৰ অপৰিহাৰ্য আহিলা
গঠন
সম্পাদনা কৰকএই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
=== স
===
এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
পৰিবৰ্তন
সম্পাদনা কৰকএই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
ভিত্তি আৰু পদ্ধতি
সম্পাদনা কৰকএই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
তথ্যসূত্ৰ
সম্পাদনা কৰকবহিঃসংযোগ
সম্পাদনা কৰকMathematicsৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পত অধিক জানক: | |
সংজ্ঞা আৰু অনুবাদ ৱিক্স্যনেৰীৰ পৰা | |
চিত্ৰ আৰু মিডিয়া কমন্ছৰ পৰা | |
শৈক্ষিক সমল ৱিকিভাৰ্চিটীৰ পৰা | |
নতুন খবৰ ৱিকিনিউজৰ পৰা | |
উক্তি ৱিকিকোৱ'টৰ পৰা | |
উত্স পাঠ্য ৱিকিচ'ৰ্ছৰ পৰা | |
পাঠ্যপুথি ৱিকিবুক্ছৰ পৰা |
- Free Mathematics books Free Mathematics books collection.
- Applications of High School Algebra Archived 2021-03-09 at the Wayback Machine
- Encyclopaedia of Mathematics online encyclopadia from Springer, Graduate-level reference work with over 8,000 entries, illuminating nearly 50,000 notions in mathematics.
- HyperMath site at Georgia State University
- FreeScience Library The mathematics section of FreeScience library
- Rusin, Dave: The Mathematical Atlas Archived 2004-04-03 at the Wayback Machine. A guided tour through the various branches of modern mathematics. (Can also be found here Archived 2006-10-06 at the Wayback Machine.)
- Polyanin, Andrei: EqWorld: The World of Mathematical Equations. An online resource focusing on algebraic, ordinary differential, partial differential (mathematical physics), integral, and other mathematical equations.
- Cain, George: Online Mathematics Textbooks available free online.
- Tricki, Wiki-style site that is intended to develop into a large store of useful mathematical problem-solving techniques.
- Mathematical Structures Archived 2009-11-25 at the Wayback Machine, list information about classes of mathematical structures.
- Math & Logic: The history of formal mathematical, logical, linguistic and methodological ideas. In The Dictionary of the History of Ideas.
- Mathematician Biographies. The MacTutor History of Mathematics archive Extensive history and quotes from all famous mathematicians.
- Metamath. A site and a language, that formalize mathematics from its foundations.
- Nrich Archived 2012-01-01 at the Wayback Machine, a prize-winning site for students from age five from Cambridge University
- Open Problem Garden, a wiki of open problems in mathematics
- Planet Math. An online mathematics encyclopedia under construction, focusing on modern mathematics. Uses the Attribution-ShareAlike license, allowing article exchange with Wikipedia. Uses TeX markup.
- Some mathematics applets, at MIT
- Weisstein, Eric et al.: MathWorld: World of Mathematics. An online encyclopedia of mathematics.
- Patrick Jones' Video Tutorials on Mathematics
- Matematik Özel Ders Ankara Archived 2021-09-20 at the Wayback Machine