গান্ধীগিৰি হৈছে ভাৰতৰ এক নব্যবাদ, যাক গান্ধীবাদৰ মতবাদ (ইয়াৰ ভিতৰত আছে সত্যাগ্ৰহ, অহিংসা, আৰু সত্য) হিচাপে সমকালীন ক্ষেত্ৰত প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ২০০৬ চনত মুক্তি লাভ কৰা হিন্দী ছবি 'লাগে ৰহো মুন্না ভাই'ত ব্যৱহাৰৰ পিছত এই শব্দটো জনপ্ৰিয় হৈ পৰিছিল।[1][2][3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Ghosh, Arunabha (December 23–29, 2006). "Lage Raho Munna Bhai: Unravelling Brand Gandhigiri: Gandhi, the man, was once the message. In post-liberalisation India, 'Gandhigiri' is the message Archived July 1, 2007, at the Wayback Machine." Economic and Political Weekly 41 (51)
  2. Sharma, Swati Gauri. "How Gandhi got his mojo back." Boston Globe, October 13, 2006
  3. Ramachandaran, Shastri (23 September 2006). "Jollygood Bollywood:Munnabhai rescues Mahatma". tribuneindia.com (The Tribune Trust). http://www.tribuneindia.com/2006/20060923/edit.htm#4। আহৰণ কৰা হৈছে: 2007-04-28.