সত্যাগ্ৰহ (সংস্কৃত: सत्याग्रह)[1] মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা দৰ্শন আৰু অহিংস প্ৰতিৰোধৰ অনুশীলন। মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু দক্ষিণ আফ্ৰিকাৰ ভাৰতীয়সকলৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে সত্যাগ্ৰহৰ চৰ্চা কৰিছিল। সত্যাগ্ৰহৰ তত্ত্ব পিছলৈ দক্ষিণ আফ্ৰিকাৰ বিখ্যাত কৃষ্ণাংগ নেতা নেলছন মেণ্ডেলাবৰ্ণবৈষম্য নীতিৰ বিৰুদ্ধে আৰু গণঅধিকাৰ আন্দোলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰমাৰ্টিন লুথাৰ কিং জুনিয়ৰ আৰু জেমছ বেভেলেৰ কৰ্মসূচীসহ সামাজিক ন্যায় প্ৰতিষ্ঠা আৰু অন্যান্য আন্দোলনত প্ৰভাৱ পেলায়। আক্ষৰিক ভাবে সত্যাগ্ৰহ মানে সত্যৰ সন্ধান বা সত্যক ধৰি ৰখা বুজায়। সত্যাগ্ৰহ মানি চলা সকলক সত্যাগ্ৰহী বোলা হয়।[2][3][4]

সত্যাগ্ৰহৰ উল্লেখযোগ্য নিদৰ্শন হিচাপে পৰিগণিত হোৱা ১৯৩০ চনত গান্ধীয়ে নেতৃত্ব বহন কৰা দাণ্ডী যাত্ৰা

তথ্য উৎস সম্পাদনা কৰক

  1. http://www.gandhifoundation.net/about%20gandhi6.htm “Truth (satya) implies love, and firmness (agraha) engenders and therefore serves as a synonym for force. I thus began to call the Indian movement Satyagraha, that the is to say, the Force which is born of Truth and Love or nonviolence, and gave up the use of the phrase “passive resistance”, in connection with it, so much so that even in English writing we often avoided it and used instead the word “satyagraha” itself or some other equivalent English phrase.”
  2. Uma Majmudar (2005). Gandhi's pilgrimage of faith: from darkness to light. SUNY Press. পৃষ্ঠা. 138. ISBN 9780791464052. https://books.google.com/books?id=xM4paHEq5oQC&pg=PA138. 
  3. http://www.britannica.com/EBchecked/topic/525247/satyagraha "Gandhi’s satyagraha became a major tool in the Indian struggle against British imperialism and has since been adopted by protest groups in other countries." Date accessed: 14 September 2010.
  4. https://www.questia.com/PM.qst?a=o&d=9165422 Archived 2011-06-05 at the Wayback Machine "In this respect Satyagraha or non-violent resistance, as conceived by Gandhi, has an important lesson for pacifists and war-resisters of the West. Western pacifists have so far proved ineffective because they have thought that war can be resisted by mere propaganda, conscientious objection, and organization for settling disputes." Date accessed: 14 September 2010.

বাহ্যিক সংযোগ সম্পাদনা কৰক