গান্ধীজ ট্ৰুথ: অন দি অৰিজিনচ্‌ অৱ মিলিটেণ্ট ননভায়লেঞ্চ

গান্ধীজ ট্ৰুথ: অন দি অৰিজিনচ্‌ অৱ মিলিটেণ্ট ননভায়লেঞ্চ (ইংৰাজী: Gandhi's Truth: On the Origins of Militant Nonviolence) হ'ল জাৰ্মানীত জন্ম হোৱা এগৰাকী আমেৰিকান ডেভেল'পমেণ্ট চাইক'লজিষ্ট এৰিক এইচ্‌ এৰিকচনে ১৯৬৯ চনত লিখা এখন গান্ধী বিষয়ক কিতাপ। সাধাৰণ বাস্তৱভিত্তিক কিতাপৰ শাখাত এই কিতাপখনে পুলিৎজাৰ বঁটা[1] আৰু দৰ্শন আৰু ধৰ্ম শিতানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেশ্যনেল বুক এৱাৰ্ড লাভ কৰিছিল।[2]

গান্ধীজ ট্ৰুথ: অন দি অৰিজিনচ্‌ অৱ মিলিটেণ্ট ননভায়লেঞ্চ  
লেখক এৰিক এইচ্‌ এৰিকচন
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
বিষয় মহাত্মা গান্ধী
প্ৰকাশক ডব্লিউ ডব্লিউ নৰ্‌টন
প্ৰকাশ ১৯৬৯
মিডিয়া প্ৰকাৰ ছপা (পকাবন্ধা আৰু কেঁচাবন্ধা)
পৃষ্ঠা সংখ্যা ৪৭৬ (১৯৮৯ পুনৰ মুদ্ৰণ সংস্কৰণ)
আই.এচ.বি.এন. ০-৩৯৩-০০৭৪১-৩

১৯৯৩ চনত নৰ্‌টনে কিতাপখনে পুনৰ প্ৰকাশ কৰিছিল।[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Pulitzer Prize Winners: General Non-Fiction" (web). pulitzer.org. http://www.pulitzer.org/। আহৰণ কৰা হৈছে: 2008-02-28. 
  2. "National Book Awards – 1970" (web). National Book Foundation. 2007. https://www.nationalbook.org/awards-prizes/national-book-awards-1970। আহৰণ কৰা হৈছে: 2008-03-01. 
  3. Erikson, Erik Homburger (1993). Gandhi's Truth: On the Origins of Militant Nonviolence. W. W. Norton & Company. পৃষ্ঠা. 474 pages. ISBN 0-393-31034-5. https://books.google.com/books?id=SxkA8ojXszsC&printsec=frontcover&dq=%22Gandhi%27s+Truth%22&sig=IVPPwGTQRomX03UJGCRRebDNkpY.