গান্ধী (চলচ্চিত্ৰ)
গান্ধী (ইংৰাজী: Gandhi) হ'ল ১৯৮২চনত মোহনদাস কৰমচান্দ গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মিত এখন চলচ্চিত্ৰ। ভাৰত আৰু লণ্ডনৰ সহযোগত ৰিচাৰ্ড এটেনবৰ' হ'ল চলচ্চিত্ৰখনৰ প্ৰযোজক তথা পৰিচালক আৰু জন ব্ৰেইলি হ'ল লেখক। চলচ্চিত্ৰখনত গান্ধীৰ ভূমিকা পালন কৰিছে বেন কিংছলে নামৰ ইংৰাজ অভিনেতাজনে। ১৮৯৩ চনত দক্ষিণ আফ্ৰিকাত ট্ৰেইনৰপৰা গতিয়াই পেলাই দিয়াৰ পৰা ১৯৪৮ চনত গান্ধীৰ নিধন আৰু শৱদাহলৈকে চিনেমাখনত প্ৰদৰ্শিত হৈছে।হিন্দু হোৱা স্বত্তেও ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰতি গান্ধীৰ সমভাৱো ছবিখনত দেখুওৱা হৈছে। ১৯৮২ চনত মুক্তি লাভ কৰা এই চলচ্চিত্ৰখনে একাডেমী এৱাৰ্ড, বাফটা এৱাৰ্ডৰ লগতে ভালেমান বঁটা লাভ কৰিবলৈ সক্ষম হয়।
গান্ধী | |
---|---|
![]() | |
পৰিচালক | ৰিচাৰ্ড এটেনবৰ' |
ৰচনা | জন ব্ৰেইলি |
প্ৰযোজক | ৰিচাৰ্ড এটেনবৰ' |
অভিনয়ত | |
চিত্ৰগ্ৰহণকাৰী | |
সম্পাদনা | জন ব্লুম |
সংগীত পৰিচালক | |
পৰিবেশক | কলম্বিয়া পিকচাৰচ |
মুক্তি |
৩০ নৱেম্বৰ ১৯৮২ (নতুন দিল্লী) ৩ ডিচেম্বৰ ১৯৮২ (ইউনাইটেড কিংডম) ৮ ডিচেম্বৰ ১৯৮২ ইউনাইটেড ষ্টেটছ |
দৈৰ্ঘ্য |
১৯১ মিনিট[2] |
দেশসমূহ | |
ভাষা | ইংৰাজী |
বাজেট | $২২ মিলিয়ন[3] |
সৰ্বমুঠ আয় | $১২৭.৮মিলিয়ন[3] |
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ 1.0 1.1 "Gandhi (1982)". British Film Institute. http://explore.bfi.org.uk/4ce2b6958918e। আহৰণ কৰা হৈছে: 22 July 2014.
- ↑ "Gandhi". British Board of Film Classification. http://bbfc.co.uk/releases/gandhi-1970-5। আহৰণ কৰা হৈছে: 9 January 2015.
- ↑ 3.0 3.1 "Gandhi (1982) - Box Office Data, DVD and Blu-ray Sales, Movie News, Cast and Crew Information". The Numbers. http://www.the-numbers.com/movie/Gandhi#tab=summary। আহৰণ কৰা হৈছে: 27 January 2015.
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকি উদ্ধৃতিত গান্ধী (চলচ্চিত্ৰ) বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
- Gandhi সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Gallery of photos from the set of Gandhi