গায়ত্ৰী মহন্ত
ভাৰতীয় অভিনেতা
গায়ত্ৰী মহন্ত (ইংৰাজী: Gayatri Mahanta) এগৰাকী অসমীয়া চলচ্চিত্ৰ জনপ্ৰিয় অভিনেত্ৰী। অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত বিশ্বনাথ চাৰিআলি মহকুমাত ১৯৮২ চনৰ ১৪ ফেব্ৰুৱাৰীত তেখেতৰ জন্ম হয়[1][2]। গায়ত্ৰী মহন্তই ১৯৯৫ চনত তেখেতৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল "নৰ্থ ইষ্ট মেগা ফেশ্বন শ্ব"ৰ যোগেদি। তেখেতৰ চিত্ৰ অসমৰ বিভিন্ন আলোচনী আদিৰ লগতে আন্তঃৰাষ্ট্ৰীয় আলোচনী ফিল্মফেয়াৰ, বজাৰ আদিৰ বেটুপাতত স্থান লাভ কৰিছে[3]।
গায়ত্ৰী মহন্ত | |
---|---|
জন্ম | ১৪ ফেব্ৰুৱাৰী ১৯৮২ বিশ্বনাথ চাৰিআলি শোণিতপুৰ অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী |
উচ্চতা | ৫.৪ |
ধৰ্ম | হিন্দু |
দাম্পত্যসঙ্গী | পবিত্ৰ মাৰ্ঘেৰিটা |
অভিনীত চলচ্চিত্ৰ
সম্পাদনা কৰকবৰ্ষ | চলচ্চিত্ৰ | পৰিচালক | টোকা |
---|---|---|---|
২০০২ | প্ৰেম আৰু প্ৰেম | শম্ভু গুপ্তা | |
২০০৪ | দীনবন্ধু (২০০৪ চলচ্চিত্ৰ) | মুনিন বৰুৱা | |
২০০৫ | জীৱন তৃষ্ণা | অৰূপ মান্না | |
২০০৬ | দেউতা দিয়া বিদায় | ৰমেশ মোডী | |
২০১১ | পলে পলে উৰে মন | তিমথী দাস হাঞ্চে |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Gayatri Mahanta ,গায়ত্ৰী মহন্ত ,Assamese Actress | humty dumty". Humtydumty.in. Archived from the original on 2014-03-18. https://web.archive.org/web/20140318175715/http://humtydumty.in/entertainment/gayatri-mahanta-%C3%A0%C2%A6%E2%80%94%C3%A0%C2%A6%C2%BE%C3%A0%C2%A7%C5%B8%C3%A0%C2%A6%C2%A4%C3%A0%C2%A7%C2%8D%C3%A0%C2%A6%C2%B0%C3%A0%C2%A7%E2%82%AC-%C3%A0%C2%A6%C2%AE%C3%A0%C2%A6%C2%B9%C3%A0%C2%A6%C2%A8%C3%A0%C2%A7%C2%8D%C3%A0%C2%A6%C2%A4-assamese-actress। আহৰণ কৰা হৈছে: 2013-01-30.GAYATRI MAHANTA | ASSAMESE ACTRESS
- ↑ "Gayatri Mahanta". Onlinesivasagar.com. Archived from the original on 2012-12-31. https://web.archive.org/web/20121231123620/http://onlinesivasagar.com/gallery2/index.php/Known-Faces-of-Assam/gayatri। আহৰণ কৰা হৈছে: 2013-01-30.
- ↑ "Gayatri Mahanta`s". Nth Wall. Archived from the original on 2013-05-09. https://web.archive.org/web/20130509034302/http://www.nthwall.com/as/5678900190। আহৰণ কৰা হৈছে: 2013-01-30.