গীতাৱলী ৰাজকুমাৰী
অসমীয়া অভিনেত্ৰী
গীতাৱলী ৰাজকুমাৰী (ইংৰাজী: Gitawali Rajkumari) হৈছে অসমৰ এগৰাকী অভিনেত্ৰী। তেওঁৰ জন্ম হৈছিল অসমৰ যোৰহাট জিলাত।[2] তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” আদি অন্যতম।[1]
গীতাৱলী ৰাজকুমাৰী | |
---|---|
জন্ম | ৮ অক্টোবৰ[1] যোৰহাট জিলা, অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনয় |
সংস্থা | অসমীয়া বোলছবি জগত |
ধৰ্ম | হিন্দু |
কেৰিয়াৰ
সম্পাদনা কৰকগীতাৱলীয়ে মৃদুল গুপ্তাৰ দ্বাৰা পৰিচালিত ১৯৯৮ চনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ কৃষ্ণচূড়াৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ২০০০ চনত মুক্তিপ্ৰাপ্ত মুনিন বৰুৱাৰ চুপাৰহিট ছবি হিয়া দিয়া নিয়া তেখেতৰ অভিনয় জীৱনৰ উল্লেখযোগ্য ছবি। তেওঁ বহুকেইখন অসমীয়া ভিচিডি ছবি আৰু ধাৰাবাহিকতো অভিনয় কৰিছে।
চলচ্চিত্ৰপঞ্জী
সম্পাদনা কৰকচন | ছবিৰ নাম | অভিনীত চৰিত্ৰ | অন্যান্য |
---|---|---|---|
১৯৯৮ | কৃষ্ণচূড়া | গীতাৱলীৰ প্ৰথম চলচ্চিত্ৰ | |
২০০০ | হিয়া দিয়া নিয়া | সুনিতা | |
২০০১ | কইনা মোৰ ধুনীয়া | গায়ত্ৰী | |
২০০২ | ককাদেউতাৰ ঘৰ জোঁৱাই | গীতা | |
২০০২ | ত্যাগ | তৰামাই | [1] |
২০০৩ | হিট লিষ্ট | ||
২০০৩ | হেঁপাহ | ||
২০০৩ | পত্নী | ৰুমা | |
২০১২ | তুলা আৰু তেজা | ||
ঘৰ সংসাৰ | |||
২০২২ | ৰাজনীতি |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 "অভিনেত্ৰী গীতাৱলীৰ অতীত ৰোমন্থনঃ". rupaliparda.com. January 18, 2020. https://rupaliparda.com/archives/9595। আহৰণ কৰা হৈছে: June 18, 2023.
- ↑ "সাক্ষাৎকাৰ – মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীৰ সৈতে এখন্তেক". fotadhol.com. 1 September 2019. https://fotadhol.com/?p=11391। আহৰণ কৰা হৈছে: 18 June 2023.
বাহ্যিক সংযোগ
সম্পাদনা কৰক