গোহাঁই টেকেলা গাঁও যোৰহাট মহানগৰৰ পূৱত অবস্থিত এখন সৰু গাঁও। ইয়াৰ দক্ষিণ দিশৰপৰা পশ্চিমলৈ ভোগদৈ নদী বৈ গৈছে। উত্তৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাঁইপথ আৰু পূবে ২ নং বামুন গাঁও অৱস্থিত। গোহাঁই টেকেলা গাঁৱত প্ৰায় ৫৮৯ ঘৰত প্ৰায় ২৫৯৩ মানুহে বসবাস কৰে।[1] ধৰ্মৰ দিশৰ পৰা চাবলৈ গ'লে গোহাঁইটেকেলাত মুখ্যতঃ হিন্দু আৰু সম্যক ইছলাম ধৰ্মী লোকৰ বসবাস।

চাৰিসীমা সম্পাদনা কৰক

  • পূব: ২ নং বামুন গাঁও
  • পশ্চিম:
  • উত্তৰ: ৩৭ নং ৰাষ্ট্ৰীয় ঘাঁই পথ, চেঙেলিগাঁও
  • দক্ষিণ: ভোগদৈ নৈ, দুলীয়া গাঁও

শিক্ষানুষ্ঠান সম্পাদনা কৰক

১০ নং গোহাঁইটেকেলা প্ৰাথমিক বিদ্যালয়।

বিশিষ্ট লোক সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক