গোৱাৰীয়া ভাষা
গোৱাৰীয়া এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজাস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত।[1] এই ভাষা প্ৰায় ২৫০০০ লোকে কয়, মুখ্যতঃ পাকিস্তানৰ সিন্ধ প্ৰান্তত। তেওঁলোক মুখ্যতঃ হিন্দু ধৰ্মাৱলম্বী।
Goaria | |
---|---|
থলুৱা অঞ্চল | Pakistan |
অঞ্চল | Sindh |
স্থানীয় ভাষিক |
সাঁচ:Sigfig (2000)e18 |
ভাষা পৰিয়াল |
|
ভাষা সংকেত | |
ISO 639-3 | gig |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Goaria at Ethnologue (18th ed., 2015)