গ্ৰক (চেটবট)
এক্সএআই-দ্বাৰা বিকশিত চেটবট
গ্ৰক (ইংৰাজী: Grok) হৈছে এক্সএআই-দ্বাৰা বিকশিত এটা উৎপাদনশীল কৃত্ৰিম বুদ্ধিমত্তাৰ চেটবট। ইয়াক ইলন মাস্কে তেওঁৰ দ্বাৰা সহ-প্ৰতিষ্ঠিত কোম্পানী অ’পেনএআই-ৰ চেটজিপিটি-ৰ দ্ৰুত শ্ৰীবৃদ্ধিৰ প্ৰতি সঁহাৰি জনাই এক বৃহৎ ভাষা-আৰ্হিৰ ভিত্তিত বিকশিত কৰে।[5] বৰ্তমান ইয়াৰ বিটা পৰীক্ষা অব্যাহত আছে আৰু ই এক্স প্ৰিমিয়ামৰ সৈতে উপলব্ধ।
বিকাশক | এক্সএআই |
---|---|
প্ৰিভিউ মুক্তি | বিটা / ৪ নৱেম্বৰ ২০২৩[1][Full citation needed] |
লিখা হৈছে | পাইথন, ৰাষ্ট[2] |
উপলব্ধ হয় | আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, যুক্তৰাজ্য, ভাৰত আৰু আন ৪২খন দেশত[3][4] |
প্ৰকাৰ | চেটবট |
অনুজ্ঞাপত্ৰ | আপাচি-২.০ |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ x.ai
- ↑ "Open Release of Grok-1" (en ভাষাত). x.ai. https://x.ai/blog/grok-os। আহৰণ কৰা হৈছে: March 18, 2024.
- ↑ "Elon Musk's AI chatbot Grok now available in India, 46 other countries". The Economic Times. December 14, 2023. ISSN 0013-0389. https://economictimes.indiatimes.com/tech/technology/elon-musks-ai-chatbot-grok-now-available-in-india-46-other-countries/articleshow/105973521.cms?from=mdr.
- ↑ https://twitter.com/XUK/status/1786831450110677476
- ↑ "Elon Musk has regrets about ChatGPT, saying he's a 'huge idiot' for letting go of OpenAI" (en ভাষাত). Fortune. Archived from the original on November 11, 2023. https://web.archive.org/web/20231111123003/https://fortune.com/2023/05/17/elon-musk-openai-chatgpt-larry-page-huge-idiot-regrets/। আহৰণ কৰা হৈছে: November 11, 2023.