গ্ৰীনউইছ মান সময়+০৫:৩০
গ্ৰীনউইছ মান সময়+০৫:৩০ চমুকৈ গ্ৰী.মা.স.+৫.৩০ (ইংৰাজী: UTC+05:30) গ্ৰীনউইছ মান সময় নিৰূপনৰ এক পৰিচয়ক। এই সময় ভাৰত আৰু শ্ৰী লংকাত ব্যৱহৃত হয়। এই সময় গ্ৰীনউইছ মান সময়তকৈ ৫.৩০ ঘণ্টা আগত. কুনলুম সময় ক্ষেত্ৰৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/91/Timezones2008G_UTC%2B530.png/300px-Timezones2008G_UTC%2B530.png)
মান সময় হিচাপে
সম্পাদনা কৰকদক্ষিণ এছিয়া
সম্পাদনা কৰক- ভাৰত (নতুন দিল্লী, মুম্বাই, কলকাতা, চেন্নাই) - ভাৰতীয় মান সময়
- শ্ৰীলংকা - শ্ৰীলংকাৰ মান সময়।