ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়

ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়খন লখিমপুৰ জিলাৰ ভিতৰতে জাকত-জিলিকা প্ৰাথমিক বিদ্যালয়। ১৯৬৪ চনতে ঘিলামৰা অঞ্চলৰ মাজঁ মজিয়াতে বিদ্যালয়খন স্থাপিত হৈছিল। ইতিমধ্যে বিদ্যালয়খনে "সোণালী জয়ন্তী" গৰকিছে। এটা সময়ত এইখন বিদ্যালয়ৰ পৰা বৃত্তি পোৱা ছাত্ৰ-ছাত্ৰী সংখ্যা পৰা ক্ৰমাগত ভাৱে বহু বছৰ জিলাখনৰ ভিতৰতে সৰ্ব্বোচ্চ আছিল।

ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়
অৱস্থান
১নং ঘিলামৰা
ঘিলামৰা
অসম  ভাৰত, ৭৮৭০৫৩,
প্ৰাথমিক তথ্যসমূহ
স্কু্লৰ প্ৰকাৰ নিম্ন বুনিয়াদী
প্ৰতিষ্ঠাকাল ১৯৬৪
বিদ্যালয়ৰ বিভাগ লখিমপুৰ
প্ৰধান শিক্ষক পদ্ম গোঁহাই
কৰ্মচাৰী
শিক্ষক ২০
ছাত্ৰৰ সংখ্যা ২৫০
সাংস্কৃতিক শোভাযাত্ৰা
সাংস্কৃতিক শোভাযাত্ৰা
স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমবেত সংগীত পৰিবেশন
সোণালী জয়ন্তী তোৰণ

মাটিকালি সম্পাদনা কৰক

অৱস্থান সম্পাদনা কৰক

কৰ্মচাৰী সম্পাদনা কৰক

সা-সুবিধা সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক