চন্দ্ৰকান্ত অভিধান (ইংৰাজী: Chandrakanta Abhidhan) এখন দ্বি−ভাষিক অভিধান। প্ৰকাশ হয় ১৯৫১ চনত।[1] অভিধানখনত ৩৬,৮১৬ টা শব্দ আছে আৰু ১৯৩৩ চনত প্ৰথমে অসম সাহিত্য সভাই ইয়াৰ সংকলন আৰু প্ৰকাশ কৰিছিল।

১৯৮৭ চনত, মহেশ্বৰ নেওগ আৰু উপেন্দ্ৰনাথ গোস্বামীৰ সম্পাদনাত গৌহাটী বিশ্ববিদ্যালয়ে ইয়াৰ তৃতীয় সংস্কৰণ প্ৰকাশ কৰে।[2] ২০০৯ চনৰ পৰা অভিধানখনি অনলাইন সংস্কৰণো প্ৰকাশ কৰা হয়।[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক